প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আটাইতকৈ গধুৰ উৎক্ষেপণ বাহন এলভিএম৩ৰ সফল উৎক্ষেপণৰ বাবে ভাৰতীয় মহাকাশ সংস্থা ক্ৰমে এনএছআইএল, ইন-স্পেচ আৰু ইছৰোক অভিনন্দন জনায়৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

বিশ্ব সংযোগৰ বাবে নিৰ্ধাৰিত ৩৬টা ৱানৱেব উপগ্ৰহৰ সৈতে আমাৰ আটাইতকৈ গধুৰ উৎক্ষেপণ বাহন এলভিএম৩ সফল উৎক্ষেপণৰ বাবে @NSIL_India, @INSPACeIND, @ISROক অভিনন্দন জনাইছো৷ এলভিএম৩য়ে আত্মনিৰ্ভৰতাৰ উদাহৰণ দাঙি ধৰাৰ লগতে বিশ্ব বাণিজ্যিক উৎক্ষেপণ সেৱা বজাৰত ভাৰতৰ প্ৰতিযোগিতামূলক শক্তি বৃদ্ধি কৰিছে৷”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi at BRICS summit: Dismantle ‘pyramid of privilege’ to make Global South a ‘rule-shaper’

Media Coverage

PM Modi at BRICS summit: Dismantle ‘pyramid of privilege’ to make Global South a ‘rule-shaper’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 ছেপ্টেম্বৰ 2026
September 13, 2026

Confidence on the Stage, Consensus in the Room: India’s BRICS 2026 Under PM Modi

PM Modi’s India: UPI in the Pocket, Solar on the Roof, Freight on the Rail