প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী নীতিশ কুমাৰক বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। তেওঁ কয় যে শ্ৰী নীতিশ কুমাৰ বহু বছৰ ধৰি সুশাসনৰ প্ৰমাণিত অভিলেখ সম্পন্ন এগৰাকী অভিজ্ঞ প্ৰশাসক আৰু তেওঁ আগন্তুক কাৰ্যকালৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত হোৱাৰ বাবে শ্ৰী সম্ৰাট চৌধুৰী আৰু শ্ৰী বিজয় সিনহাক অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে দুয়োজন নেতাই জনতাক সেৱা কৰাৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ত ব্যাপকভাৱে কাম কৰিছে আৰু তেওঁলোকলৈ তেওঁ শুভেচ্ছা জ্ঞাপন কৰে।
শ্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে বিহাৰ চৰকাৰৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ সমৰ্পিত নেতাৰে এই আশ্চৰ্য্যকৰ টীমটোৱে বিহাৰক নতুন শিখৰত উপনীত কৰিব বুলি উল্লেখেৰে তেওঁলোকক শুভেচ্ছা জনায়।

এক্স-ৰ এলানি প'ষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
“বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ বাবে শ্ৰী নীতিশ কুমাৰক অলেখ অভিনন্দন জনালো। তেওঁ ৰাজ্যখনত সুশাসনৰ উৎকৃষ্ট অভিলেখ সম্পন্ন এগৰাকী সুদক্ষ আৰু অভিজ্ঞ প্ৰশাসক। তেওঁৰ নতুন কাৰ্যকালৰ বাবে মোৰ আন্তৰিক শুভেচ্ছা জনাইছো!
@NitishKumar”
श्री नीतीश कुमार जी को बिहार के मुख्यमंत्री पद की शपथ लेने पर बहुत-बहुत बधाई। वे एक कुशल और अनुभवी प्रशासक हैं। राज्य में सुशासन का उनका शानदार ट्रैक रिकॉर्ड रहा है। नए कार्यकाल के लिए उन्हें मेरी हार्दिक शुभकामनाएं!@NitishKumar pic.twitter.com/1QDPfJzAmX
— Narendra Modi (@narendramodi) November 20, 2025
“বিহাৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত হোৱা শ্ৰী সম্ৰাট চৌধুৰী আৰু বিজয় সিনহা জীলৈ অশেষ অভিনন্দন জনালোঁ। দুয়োগৰাকী নেতাৰ তৃণমূল পৰ্যায়ত জনসেৱাৰ বিস্তৃত অভিজ্ঞতা আছে। তেওঁলোকলৈ মোৰ শুভেচ্ছা জনাইছো!
@samrat4bjp
@VijayKrSinhaBih”


श्री सम्राट चौधरी जी और श्री विजय सिन्हा जी को बिहार के उप मुख्यमंत्री बनने पर ढेरों बधाई। जमीनी स्तर पर दोनों नेताओं के पास जनसेवा का लंबा अनुभव है। उन्हें भी मेरी बहुत-बहुत शुभकामनाएं!@samrat4bjp @VijayKrSinhaBih pic.twitter.com/tdjSBUT5xe
— Narendra Modi (@narendramodi) November 20, 2025
“বিহাৰ চৰকাৰৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা মোৰ সকলো সতীৰ্থলৈ আন্তৰিক অভিনন্দন জনালোঁ। সমৰ্পিত নেতাৰে এই আশ্চৰ্য্যকৰ টীমটোৱে বিহাৰক নতুন শিখৰত উপনীত কৰিব। তেওঁলোক সকলোলৈকে মোৰ শুভেচ্ছা জনালোঁ!”
“বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ বাবে শ্ৰী নীতিশ কুমাৰ জীক অভিনন্দন জনালোঁ। তেওঁ বহু বছৰ ধৰি সুশাসনৰ প্ৰমাণিত অভিলেখ সম্পন্ন এগৰাকী অভিজ্ঞ প্ৰশাসক। তেওঁৰ আগন্তুক কাৰ্যকালৰ বাবে মই শুভেচ্ছা জনালোঁ।
@NitishKumar”

बिहार सरकार में मंत्रियों के रूप में शपथ लेने वाले सभी साथियों को मेरी हार्दिक बधाई। समर्पित नेताओं की यह एक ऐसी शानदार टीम है, जो बिहार को नई ऊंचाइयों पर ले जाएगी। उन सभी को मेरी ढेरों शुभकामनाएं! pic.twitter.com/yhSPd2Sgw3
— Narendra Modi (@narendramodi) November 20, 2025
“বিহাৰ চৰকাৰৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা মোৰ সকলো সতীৰ্থলৈ আন্তৰিক অভিনন্দন জনালোঁ। সমৰ্পিত নেতাৰে এই আশ্চৰ্য্যকৰ টীমটোৱে বিহাৰক নতুন শিখৰত উপনীত কৰিব। তেওঁলোক সকলোলৈকে মোৰ শুভেচ্ছা জনালোঁ!”
“বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ বাবে শ্ৰী নীতিশ কুমাৰ জীক অভিনন্দন জনালোঁ। তেওঁ বহু বছৰ ধৰি সুশাসনৰ প্ৰমাণিত অভিলেখ সম্পন্ন এগৰাকী অভিজ্ঞ প্ৰশাসক। তেওঁৰ আগন্তুক কাৰ্যকালৰ বাবে মই শুভেচ্ছা জনালোঁ।
@NitishKumar”
Congratulations to Shri Nitish Kumar Ji on taking oath as Bihar’s Chief Minister. He is an experienced administrator with a proven track record of good governance for many years. My best wishes to him for his tenure ahead. @NitishKumar pic.twitter.com/q5om9kI2IU
— Narendra Modi (@narendramodi) November 20, 2025
“বিহাৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত হোৱা শ্ৰী সম্ৰাট চৌধুৰী জী আৰু শ্ৰী বিজয় সিনহা জীলৈ অভিনন্দন জনালোঁ। দুয়োজন নেতাই জনতাক সেৱা কৰাৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ত ব্যাপকভাৱে কাম কৰিছে। তেওঁলোকলৈ শুভেচ্ছা জনাইছোঁ।
@samrat4bjp
@VijayKrSinhaBih”
Congratulations to Shri Samrat Chaudhary Ji and Shri Vijay Sinha Ji on becoming Deputy Chief Ministers of Bihar. Both leaders have worked extensively at the grassroots in serving people. Best wishes to them.@samrat4bjp@VijayKrSinhaBih pic.twitter.com/nci934Y4xv
— Narendra Modi (@narendramodi) November 20, 2025
"বিহাৰ চৰকাৰৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা সকলোলৈকে মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সমৰ্পিত নেতাৰে এই আশ্চৰ্য্যকৰ টীমটোৱে বিহাৰক নতুন শিখৰত উপনীত কৰিব। তেওঁলোকলৈ শুভকামনা জনাইছোঁ।”
My best wishes to all those who have taken oath as Ministers in the Bihar Government. This is a wonderful team, with dedicated leaders who will take Bihar to new heights. Wishing them the very best. pic.twitter.com/ZEfE9zpFhM
— Narendra Modi (@narendramodi) November 20, 2025


