প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী নীতিশ কুমাৰক বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। তেওঁ কয় যে শ্ৰী নীতিশ কুমাৰ বহু বছৰ ধৰি সুশাসনৰ প্ৰমাণিত অভিলেখ সম্পন্ন এগৰাকী অভিজ্ঞ প্ৰশাসক আৰু তেওঁ আগন্তুক কাৰ্যকালৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত হোৱাৰ বাবে শ্ৰী সম্ৰাট চৌধুৰী আৰু শ্ৰী বিজয় সিনহাক অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে দুয়োজন নেতাই জনতাক সেৱা কৰাৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ত ব্যাপকভাৱে কাম কৰিছে আৰু তেওঁলোকলৈ তেওঁ শুভেচ্ছা জ্ঞাপন কৰে।

শ্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে বিহাৰ চৰকাৰৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ সমৰ্পিত নেতাৰে এই আশ্চৰ্য্যকৰ টীমটোৱে বিহাৰক নতুন শিখৰত উপনীত কৰিব বুলি উল্লেখেৰে তেওঁলোকক শুভেচ্ছা জনায়।

এক্স-ৰ এলানি প'ষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ বাবে শ্ৰী নীতিশ কুমাৰক অলেখ অভিনন্দন জনালো। তেওঁ ৰাজ্যখনত সুশাসনৰ উৎকৃষ্ট অভিলেখ সম্পন্ন এগৰাকী সুদক্ষ আৰু অভিজ্ঞ প্ৰশাসক। তেওঁৰ নতুন কাৰ্যকালৰ বাবে মোৰ আন্তৰিক শুভেচ্ছা জনাইছো!

@NitishKumar”

“বিহাৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত হোৱা শ্ৰী সম্ৰাট চৌধুৰী আৰু বিজয় সিনহা জীলৈ অশেষ অভিনন্দন জনালোঁ। দুয়োগৰাকী নেতাৰ তৃণমূল পৰ্যায়ত জনসেৱাৰ বিস্তৃত অভিজ্ঞতা আছে। তেওঁলোকলৈ মোৰ শুভেচ্ছা জনাইছো!

@samrat4bjp

@VijayKrSinhaBih”

“বিহাৰ চৰকাৰৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা মোৰ সকলো সতীৰ্থলৈ আন্তৰিক অভিনন্দন জনালোঁ। সমৰ্পিত নেতাৰে এই আশ্চৰ্য্যকৰ টীমটোৱে বিহাৰক নতুন শিখৰত উপনীত কৰিব। তেওঁলোক সকলোলৈকে মোৰ শুভেচ্ছা জনালোঁ!”

 “বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ বাবে শ্ৰী নীতিশ কুমাৰ জীক অভিনন্দন জনালোঁ। তেওঁ বহু বছৰ ধৰি সুশাসনৰ প্ৰমাণিত অভিলেখ সম্পন্ন এগৰাকী অভিজ্ঞ প্ৰশাসক। তেওঁৰ আগন্তুক কাৰ্যকালৰ বাবে মই শুভেচ্ছা জনালোঁ। 

“বিহাৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত হোৱা শ্ৰী সম্ৰাট চৌধুৰী জী আৰু শ্ৰী বিজয় সিনহা জীলৈ অভিনন্দন জনালোঁ। দুয়োজন নেতাই জনতাক সেৱা কৰাৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ত ব্যাপকভাৱে কাম কৰিছে। তেওঁলোকলৈ শুভেচ্ছা জনাইছোঁ।

@samrat4bjp

@VijayKrSinhaBih”

"বিহাৰ চৰকাৰৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা সকলোলৈকে মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সমৰ্পিত নেতাৰে এই আশ্চৰ্য্যকৰ টীমটোৱে বিহাৰক নতুন শিখৰত উপনীত কৰিব। তেওঁলোকলৈ শুভকামনা জনাইছোঁ।”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's $13 billion semiconductor mission: Boosting domestic chip manufacturing and design

Media Coverage

India's $13 billion semiconductor mission: Boosting domestic chip manufacturing and design
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 ছেপ্টেম্বৰ 2026
September 08, 2026

Viksit Bharat, Many Engines: Defence, Diplomacy, Growth & Green Power Under PM Modi