Share
 
Comments

টকিঅ’ অলিম্পিক, ২০২০ত জেভেলিন থ্ৰ’ত স্বর্ণ পদক জয় কৰাৰ বাবে নীৰজ চোপ্ৰাক প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে অভিনন্দন জনায়৷ প্রধানমন্ত্রীয়ে লগতে কয় যে যে নীৰজে এক অনবদ্য আবেগ লৈ খেলিলে আৰু তেওঁ অসাধাৰণ ধৈর্য প্ৰদৰ্শন কৰিলে।

টুইটাৰযোগে প্রধানমন্ত্রীয়ে কয়, “ টকিঅ’ত ইতিহাস ৰচনা হ’ল! @Neeraj_chopra1ই আজি যি অর্জন কৰিছে, সেয়া চিৰস্মৰণীয় হৈ থাকিব। তৰুণ নীৰজে দুর্দান্ত খেল খেলিলে৷ তেওঁ এক অনবদ্য আবেগ লৈ খেলিলে আৰু অসাধাৰণ ধৈর্য প্ৰদৰ্শন কৰিলে। #Tokyo2020ত স্বর্ণ পদক জয়ৰ বাবে তেওঁক অভিনন্দন জনাইছো৷”

‘মন কী বাত’ৰ বাবে আপোনাৰ ধাৰণা আৰু পৰামৰ্শ এতিয়াই শ্বেয়াৰ কৰক!
সেৱা আৰু সমৰ্পণৰ ২০ বছৰক সূচিত কৰা ২০ খন আলোকচিত্ৰ
Explore More
Our Jawans are the 'Suraksha Kavach' of 'Maa Bharti': PM Modi

Popular Speeches

Our Jawans are the 'Suraksha Kavach' of 'Maa Bharti': PM Modi
Capital expenditure of States more than doubles to ₹1.71-lakh crore as of Q2

Media Coverage

Capital expenditure of States more than doubles to ₹1.71-lakh crore as of Q2
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 6 ডিচেম্বৰ 2021
December 06, 2021
Share
 
Comments

India takes pride in the world’s largest vaccination drive reaching 50% double dose coverage!

Citizens hail Modi Govt’s commitment to ‘reform, perform and transform’.