‘কমনৱেলথ্ ক্ৰীড়া সমাৰোহ ২০২২’ত ১২৫কিলোগ্ৰাম শাখাৰ মল্লযুদ্ধত ব্ৰঞ্জৰ পদক অৰ্জন কৰা মোহিত গ্ৰেৱালক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে।
এক টুইট বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;
“আমাৰ মল্লযোদ্ধাসকলে অনবদ্য ক্ৰীড়াশৈলী প্ৰদৰ্শন কৰিছে। পদক তালিকাত সংযোজিত হৈছে মোহিত গ্ৰেৱালে। তেওঁৰ দৃঢ় সংকল্পৰ সুবাদত দেশলৈ এটা বঞ্জৰ পদক আহিল। তেওঁক অভিনন্দন জনাইছো। আগন্তুক সময়ত তেওঁ সাফল্যৰ অন্য মাত্ৰা স্পৰ্শ কৰিবগৈ পাৰিব বুলি মই আশা কৰিছো”।pic.twitter.com/IPirqSvCLx
Incredible form demonstrated by our wrestlers. Adding to the medals tally is Mohit Grewal. His sharp focus stands out as he brings home a Bronze medal. Congratulations to him. I hope he scales new heights of success in the times to come. pic.twitter.com/IPirqSvCLx
— Narendra Modi (@narendramodi) August 6, 2022


