প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লিভাৰপুলত অনুষ্ঠিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপ ২০২৫ত ভাৰতীয় বক্সাৰ মিনাক্ষীয়ে  ৪৮ কেজি শাখাত অনবদ্য  বিজয় সাৱস্ত্য কৰাৰ  বাবে অভিনন্দন জ্ঞাপন কৰে।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰকাশ কৰা এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়-

"২০২৫ চনৰ লিভাৰপুলত অনুষ্ঠিত হোৱা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত মিনাক্ষীৰ  অসাধাৰণ প্ৰদৰ্শনৰ বাবে বাবে গৌৰৱান্বিত! তেওঁ ৪৮ কেজি শাখাত স্বৰ্ণ পদক ঘৰলৈ লৈ আহিছে। তেওঁৰ সফলতা আৰু দৃঢ়তা ভাৰতীয় খেলুৱৈসকলৰ বাবে অতি প্ৰেৰণাদায়ক। তেওঁৰ আগন্তুক প্ৰচেষ্টাৰ বাবে তেওঁক শুভেচ্ছা জনাইছো।"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jo khelega woh khilega, always cheer for Bharat: PM Modi meets India's CWG medallists

Media Coverage

Jo khelega woh khilega, always cheer for Bharat: PM Modi meets India's CWG medallists
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 09 আগষ্ট 2026
August 09, 2026

Vikas Bhi, Virasat Bhi: PM Modi’s Blueprint for a Rooted Yet Future-Ready Bharat