প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছাফ মহিলা চেম্পিয়নশ্বিপ ২০২৬ত খিতাপ অৰ্জন কৰা বাবে ভাৰতীয় মহিলা ফুটবল দলক অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে সমগ্ৰ প্ৰতিযোগিতাখনত দলটোৱে উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰিছে।

শ্ৰী মোদীয়ে আশা প্ৰকাশ কৰে যে এই সফলতাই অনাগত দিনত অধিক সংখ্যক যুৱক-যুৱতীক ফুটবল খেলিবলৈ উৎসাহিত কৰিব। প্ৰধানমন্ত্ৰীয়ে দলটোক তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাসমূহৰ বাবেও শুভকামনা জনায়।

প্ৰধানমন্ত্ৰীয়ে এক্সৰ পোষ্টত কয়:

"ছাফ মহিলা চেম্পিয়নশ্বিপ ২০২৬ত বিজয়ৰ বাবে ভাৰতীয় মহিলা ফুটবল দলক অভিনন্দন জনাইছোঁ। সমগ্ৰ প্ৰতিযোগিতাখনত তেওঁলোকে উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়াইছে। এই সফলতাই অনাগত দিনত অধিক সংখ্যক যুৱক-যুৱতীক ফুটবল খেলিবলৈ অনুপ্ৰাণিত কৰিব। দলটোৰ খেলুৱৈসকলৰ উজ্ব্বল ভৱিষ্যতৰ বাবে বহুত বহুত শুভকামনা জনালোঁ।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
West Asia conflict: 59 India-bound vessels transited Hormuz since war

Media Coverage

West Asia conflict: 59 India-bound vessels transited Hormuz since war
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 22 জুলাই 2026
July 22, 2026

From Scholarships to Homes to High-Speed Rail: Inclusive Growth Under PM Modi’s Leadership