প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালীৰ টুৰিনত অনুষ্ঠিত বিশেষ অলিম্পিক বিশ্ব শীতকালীন ক্ৰীড়া ২০২৫ত ভাৰতীয় খেলুৱৈসকলৰ অসাধাৰণ প্ৰদৰ্শনক প্ৰশংসা কৰে। ভাৰতীয় দলটোৱে ৩৩ টা পদক লাভ কৰি বিশ্ব পৰ্যায়ত দেশক গৌৰৱান্বিত কৰিছে।

শ্ৰী মোদীয়ে আজি সংসদত খেলুৱৈসকলক সাক্ষাৎ কৰে আৰু তেওঁলোকৰ উৎসৰ্গা আৰু কৃতিত্বৰ বাবে অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত এনেদৰে লিখিছে;

"ইটালীৰ টুৰিনত অনুষ্ঠিত বিশেষ অলিম্পিক বিশ্ব শীতকালীন ক্ৰীড়াত ৰাষ্ট্ৰক গৌৰৱান্বিত কৰা আমাৰ খেলুৱৈসকলক লৈ মই অতিশয় গৌৰৱান্বিত! আমাৰ অদমনীয় দলটোৱে ঘৰলৈ ৩৩ টা পদক কঢ়িয়াই আনিছে।

সংসদত দলটোক সাক্ষাৎ কৰো আৰু কৃতিত্বৰ বাবে তেওঁলোকক অভিনন্দন জনাওঁ।

@SpecialOlympics”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From 17,000 Violent Incidents To Bastar Olympics: How PM Modi Got The Maoists To Turn In

Media Coverage

From 17,000 Violent Incidents To Bastar Olympics: How PM Modi Got The Maoists To Turn In
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 জুন 2026
June 23, 2026

Holistic Development under the Modi Government: Delivering Positive Transformation Across Every Sector