আজি কুৱালালামপুৰত অনুষ্ঠিত হোৱা দশম এছিয়া পেচিফিক ডীফ গেমছ ২০২৪ত ভাৰতীয় দলটোক ঐতিহাসিক প্ৰদৰ্শনৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰে।

তেওঁ এক্সত এই সন্দৰ্ভত লিখিছে -

“কুৱালালামপুৰত অনুষ্ঠিত হোৱা দশম এছিয়া পেচিফিক ডীফ গেমছ ২০২৪ত ঐতিহাসিক প্ৰদৰ্শনৰ বাবে আমাৰ ভাৰতীয় দলটোক অভিনন্দন জনাইছোঁ! আমাৰ প্ৰতিভাৱান খেলুৱৈসকলে অসাধাৰণ ৫৫টা পদক লাভ কৰি আমাৰ জাতিলৈ অপৰিসীম গৌৰৱ কঢ়িয়াই আনিছে, যাৰ ফলত ই খেলসমূহত ভাৰতৰ এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন হিচাপে পৰিগণিত হৈছে। এই উল্লেখযোগ্য কৃতিত্বই সমগ্ৰ জাতিটোক বিশেষকৈ ক্ৰীড়াৰ প্ৰতি আকৰ্ষিতসকলক প্ৰেৰণা যোগাইছে।”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s economy resilient despite West Asia headwinds

Media Coverage

India’s economy resilient despite West Asia headwinds
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Nagaland meets Prime Minister
March 24, 2026