প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনৰ ভিতৰত ১০ লাখতকৈও অধিক সংখ্যক ‘সুকন্যা সমৃদ্ধি একাউণ্ট’ খোলাৰ বাবে ‘ভাৰতৰ ডাক বিভাগ’ক অভিনন্দন জনাইছে। তেওঁ কয় যে এই পদক্ষেপে দেশৰ ছোৱালীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ লগতে তেওঁলোকৰ সৱলীকৰণত সহায় কৰিব।

প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱৰ এটা ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাই কৰা ‘টুইট’ত কয়:

“এই বৃহত্ সাফল্যৰ বাবে @IndiaPostOffice ক বহুত বহুত অভিনন্দন জনাইছো। এই পদক্ষেপে দেশৰ ছোৱালীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ লগতে তেওঁলোকৰ সৱলীকৰণত সহায় কৰিব”।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s petroleum products’ exports surge 8% in July

Media Coverage

India’s petroleum products’ exports surge 8% in July
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 আগষ্ট 2026
August 27, 2026

Make in India Goes Global: Engineering Boom, Rice Triumph & EU FTA Breakthrough Under PM Modi