ভাৰত-ইজৰাইল কৌশলগত অংশীদাৰিত্বৰ বাবে বেঞ্জামিন নেতানিয়াহুৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

নাফটালি বেনেটক ইজৰাইলৰ প্ৰধানমন্ত্ৰী হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

 

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, ‘মহামান্য @naftalibennett, ইজৰাইলৰ প্ৰধানমন্ত্ৰী হোৱাৰ বাবে আপোনাক অভিনন্দন জনাইছোঁ। অহা বছৰ আমাৰ দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্কৰ উন্নীতকৰণৰ ৩০ বছৰ পূৰ্ণ হ’ব।@IsraeliPM, মই আপোনাক সাক্ষাৎ কৰিবলৈ আৰু আমাৰ দুয়োখন দেশৰ মাজত কৌশলগত অংশীদাৰীত্ব অধিক শক্তিশালী কৰাৰ বাবে আশাবাদী।’

 

প্ৰধানমন্ত্ৰীয়ে ভাৰত-ইজৰাইল কৌশলগত অংশীদাৰিত্বক ব্যক্তিগত প্ৰচেষ্টাত আৰু অধিক মজবুত কৰা আৰু নেতৃত্ব প্ৰদানৰ বাবে বেঞ্জামিন নেতানিয়াহুৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয়, ‘ইজৰাইলৰ প্ৰধানমন্ত্ৰী হিচাপে আপুনি সফলভাৱে আপোনাৰ  কাৰ্যকালৰ ম্যাদ সম্পূৰ্ণ কৰিছে। ভাৰত-ইজৰাইল কৌশলগত অংশীদাৰীত্বক ব্যক্তিগত প্ৰচেষ্টাত আৰু অধিক মজবুত কৰা আৰু নেতৃত্ব প্ৰদানৰ বাবে@netanyahu আপোনাৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।’

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Auckland's Sky Tower lights up in India's tricolour as PM Modi begins historic New Zealand visit

Media Coverage

Auckland's Sky Tower lights up in India's tricolour as PM Modi begins historic New Zealand visit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 জুলাই 2026
July 11, 2026

Record Exports, Record Investments, Record Pride: India’s Rise Under PM Modi is Multi-Dimensional