এটা পৰীক্ষাই তোমাক কেতিয়াও সংজ্ঞায়িত কৰিব নোৱাৰে। তোমাৰ যাত্ৰা বহুত বিশাল আৰু তোমাৰ শক্তি মাৰ্কশ্বীটখনৰ বহু ওপৰলৈ বিস্তৃত : প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চিবিএছ.ৰ দ্বাদশ আৰু দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলোকে অভিনন্দন জনায়। শ্ৰী মোদীয়ে লগতে কয়, "এয়া তোমালোকৰ সংকল্প, অনুশাসন আৰু কঠোৰ পৰিশ্ৰমৰ ফল। আজি এই কৃতিত্বত অৰিহণা যোগোৱা পিতৃ-মাতৃ, শিক্ষক আৰু আন সকলোৱে পালন কৰা ভূমিকাক স্বীকৃতি দিয়াৰো দিন ।"

প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয়, "যিসকলে তেওঁলোকৰ নম্বৰক লৈ অলপ হতাশা অনুভৱ কৰিছে, তেওঁলোকক মই ক"ব বিচাৰোঁ ঃ এটা পৰীক্ষাই তোমাক কেতিয়াও সংজ্ঞায়িত কৰিব নোৱাৰে। তোমাৰ যাত্ৰা বহুত বিশাল আৰু তোমাৰ শক্তি মাৰ্কশ্বীটখনৰ বহু ওপৰলৈ বিস্তৃত। আত্মবিশ্বাসী হৈ থাকা, কৌতূহলী হৈ থাকা, কিয়নো তোমাৰ বাবে মহান কামবোৰে অপেক্ষা কৰি আছে।"

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত পোষ্ট কৰে;

মৰমৰ #ExamWarriors, চিবিএছ.ৰ দ্বাদশ আৰু দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলোলৈ আন্তৰিক অভিনন্দনএয়া তোমাৰ সংকল্প, অনুশাসন আৰু কঠোৰ পৰিশ্ৰমৰ ফল। আজি এই কৃতিত্বত অৰিহণা যোগোৱা পিতৃ-মাতৃ, শিক্ষক আৰু আন সকলোৱে পালন কৰা ভূমিকাক স্বীকৃতি দিয়াৰো দিন।

আগন্তুক দিনত আহিবলগীয়া সকলো সুযোগতে পৰীক্ষা-যোদ্ধাসকলৰ বৃহৎ সফলতা কামনা কৰিছো!

যিসকলে তেওঁলোকৰ নম্বৰক লৈ অলপ হতাশা অনুভৱ কৰিছে, মই তেওঁলোকক ক'ব বিচাৰোঁ ঃ এটা পৰীক্ষাই তোমাক কেতিয়াও সংজ্ঞায়িত কৰিব নোৱাৰে। তোমাৰ যাত্ৰা বহুত বিশাল আৰু তোমাৰ শক্তি মাৰ্কশ্বীটখনৰ বহু ওপৰলৈ বিস্তৃত। আত্মবিশ্বাসী হৈ থাকা, কৌতূহলী হৈ থাকা, কিয়নো তোমাৰ বাবে মহান কামবোৰে অপেক্ষা কৰি আছে।#ExamWarriors

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Railways to operate over 300 special trains for Jagannath Rath Yatra, 100 for Onam: Ashwini Vaishnaw

Media Coverage

Railways to operate over 300 special trains for Jagannath Rath Yatra, 100 for Onam: Ashwini Vaishnaw
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 7 জুলাই 2026
July 07, 2026

PM Modi Elevating India’s Global Standing Through Diplomacy and Development