প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আৰআৰআৰ চলচ্চিত্ৰখনৰ 'নাটু নাটু' গীতটিৰ বাবে শ্ৰেষ্ঠ মূল গীতৰ অস্কাৰ বঁটা লাভ কৰাৰ বাবে ভাৰতীয় সংগীতকাৰ এম এম কীৰাৱানী, গীতিকাৰ, চন্দ্ৰবসু আৰু সমগ্ৰ দলটোক অভিনন্দন জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে কয় যে এয়া অসাধাৰণ আৰু 'নাটু নাটু'ৰ জনপ্ৰিয়তা বিশ্বব্যাপী হৈছে।

একাডেমীৰ এক টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;

"অসাধাৰণ!

'নাটু নাটু'ৰ জনপ্ৰিয়তা বিশ্বব্যাপী হৈছে। এই গানটো এনে এটা গান যিটো আগন্তুক দিনবোৰতো সকলোৱে মনত ৰাখিব। এই গুৰুত্বপূৰ্ণ সন্মানৰ বাবে @mmkeeravaani, @boselyricist আৰু সমগ্ৰ দলটোক অভিনন্দন জনাইছোঁ।

ভাৰত উৎফুল্লিত আৰু গৌৰৱান্বিত। #Oscars"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Teachers: The artists of education

Media Coverage

Teachers: The artists of education
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 7 ছেপ্টেম্বৰ 2026
September 07, 2026

Vasudhaiva Kutumbakam in Action: Tech Hub, Border Villages, Global Leadership by PM Modi