উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী জগদীশ দেওৰা আৰু ৰাজেন্দ্ৰ শুক্লাকো অভিনন্দন

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা ড০ মোহন যাদৱক অভিনন্দন জনায়৷ তেওঁ লগতে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী জগদীশ দেওৰা আৰু ৰাজেন্দ্ৰ শুক্লাকো অভিনন্দন জনায়৷

 

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“দেশৰ হৃদপিণ্ডস্বৰূপ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে ড° মোহন যাদৱ জী আৰু উপ-মুখ্যমন্ত্ৰী জগদীশ দেওৰা জী আৰু ৰাজেন্দ্ৰ শুক্লা জীলৈ আন্তৰিক অভিনন্দন! মোৰ বিশ্বাস যে আপোনালোকৰ নেতৃত্বত ৰাজ্যৰ ডাবল ইঞ্জিন চৰকাৰে দুগুণ উৎসাহেৰে কাম কৰিব আৰু উন্নয়নৰ নতুন আৰ্হি সৃষ্টি কৰিব। এই উপলক্ষে মই ইয়াত থকা মোৰ পৰিয়ালৰ সকলো সদস্যকে আশ্বাস দিছো যে বিজেপি চৰকাৰে আপোনালোকৰ জীৱন সহজ কৰি তুলিবলৈ কোনো ত্ৰূটি নাৰাখে৷”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jo khelega woh khilega, always cheer for Bharat: PM Modi meets India's CWG medallists

Media Coverage

Jo khelega woh khilega, always cheer for Bharat: PM Modi meets India's CWG medallists
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 আগষ্ট 2026
August 10, 2026

History, Heritage & High Growth: Why India’s Youth Feel Unstoppable Under PM Modi’s Leadership