আজি হাংঝু এছিয়ান পেৰা গেমছত পুৰুষৰ দবাত স্বৰ্ণ পদক লাভৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দৰ্পন ইনানীক অভিনন্দন জনায়। 

তেখেতে কয় যে ইনানীৰ এই জয়ে বিশ্বব্যাপী ভাৰতৰ ব্যতিক্ৰমী প্ৰতিভাৰ সাক্ষ্য বহন কৰিছে। 

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ 

"এছিয়ান পেৰা গেমছত পুৰুষৰ দবা বি১ কেটেগৰী (ব্যক্তিগত)ত লক্ষণীয় প্ৰদৰ্শনৰ বাবে দৰ্পন ইনানীক অভিনন্দন জনালোঁ। 

অটল শক্তি আৰু দৃঢ়তাৰ ফলশ্ৰুতিত তেওঁ স্বৰ্ণ পদক লাভেই নহয়, বৰঞ্চ বিশ্ব মঞ্চত ভাৰতৰ ব্যতিক্ৰমী প্ৰতিভাকো প্ৰদৰ্শন কৰিছে।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India remains fastest-growing major economy, domestic investors power market resilience

Media Coverage

India remains fastest-growing major economy, domestic investors power market resilience
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 মাৰ্চ 2026
March 14, 2026

Heartening Resolve Meets Bold Action: PM Modi's Transformative Push for a Developed Assam.