প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ সৰ্বেক্ষণ-২০২০ত যিসমূহ চহৰে শীৰ্ষ স্থান অধিকাৰ কৰিছে, সেই চহৰসমূহক অভিনন্দন জনাইছে৷
প্ৰধানমন্ত্ৰীয়ে কয়, “স্বচ্ছ সৰ্বেক্ষণ-২০২০ত যিসমূহ চহৰে শীৰ্ষ স্থান অধিকাৰ কৰিছে, সেই চহৰসমূহক অভিনন্দন জনাইছো৷ অন্য চহৰসমূহেও স্বচ্ছতা সুনিশ্চিত কৰাৰ বাবে ইয়াৰ পৰা অনুপ্ৰাণিত হ’ব পাৰে৷ এনে প্ৰতিযোগিতামূলক মনোভাৱে স্বচ্ছ ভাৰত অভিযানক শক্তিশালী কৰাৰ লগতে কোটি কোটি লোকক উপকৃত কৰিব৷”
Congratulations to all those cities who have secured top positions in #SwachhSurvekshan2020. May other cities also be inspired to further ramp up their efforts towards ensuring cleanliness. Such competitive spirit strengthens the Swachh Bharat Mission and benefits millions.
— Narendra Modi (@narendramodi) August 20, 2020


