প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান গেমছত মহিলাৰ ৪০০ মিটাৰ হাৰ্ডলছ ইভেন্টত ব্ৰঞ্জৰ পদক লাভৰ বাবে ক্ৰীড়াবিদ বিথ্যা ৰামৰাজক অভিনন্দন জ্ঞাপন কৰে।

তেখেতে আশাব্যঞ্জক প্ৰদৰ্শনৰ বাবে ২৫ বছৰীয়া যুৱতীগৰাকীৰ দৃঢ়তাক প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ

"মহিলাৰ ৪০০ মিটাৰ হাৰ্ডলছ ইভেন্টত ব্ৰঞ্জৰ পদক লাভৰ বাবে বিথ্যা ৰামৰাজলৈ অভিনন্দন জ্ঞাপন কৰিলোঁ।"

তেওঁৰ দৃঢ়তাৰ বাবে এনে আশাব্যঞ্জক প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। তেওঁৰ আগন্তুক প্ৰচেষ্টাৰাজিৰ বাবে শুভেচ্ছা জনালোঁ।" 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How PM Modi has changed focus of Independence Day speeches

Media Coverage

How PM Modi has changed focus of Independence Day speeches
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlighting the power of collective resolve, unity, and mutual cooperation for societal progress
August 17, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting the importance of collective resolve and unity of minds in driving national progress and societal well-being.

The Prime Minister wrote on X;

"सामूहिक संकल्प और एकता की शक्ति से ही देश आगे बढ़ता है। यही भावना भारत की प्रगति और समृद्धि की मजबूत नींव है।

समानी व आकूतिः समाना हृदयानि वः।

समानमस्तु वो मनो यथा वः सुसहासति॥"

All our resolves should be identical, our minds should be connected with the feeling of unity, so that we may all continually strive for the progress of society through mutual cooperation and equal treatment.