প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান গেমছত পুৰুষৰ ৮০০ মিটাৰ ইভেন্টত ৰূপৰ পদক লাভৰ বাবে ট্ৰেক আৰু ফিল্ড এথলীট মহম্মদ আফছাল পুলিকলাকাথক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ

"এছিয়ান গেমছত পুৰুষৰ ৮০০ মিটাৰ ইভেন্টত ৰূপৰ পদক লাভৰ বাবে মহম্মদ আফছাল পুলিকলাকাথক অভিনন্দন জনালোঁ।

তেওঁ কঠোৰ পৰিশ্ৰম আৰু প্ৰাণোচ্ছলতাৰ ফলশ্ৰুতিত এই সফলতা অৰ্জন কৰিছে। ভাৰত এই সফলতাত আনন্দিত আৰু ইয়াৰ উদযাপন কৰিছে। সুন্দৰ!" 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's 1 Trillion Retail Moment: Dawn of Retail Revenue Intelligence

Media Coverage

India's 1 Trillion Retail Moment: Dawn of Retail Revenue Intelligence
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 জুন 2026
June 27, 2026

Appreciation for PM Modi's Development-Focused and People-Centric Governance