১৯৭৫ চনত প্ৰৱৰ্তন কৰা হয় অৰ্ডাৰ অৱ অনাৰ। এটা তৰাত আগফালে দেৱী এথেনছৰ ছবি আছে আৰু লিখা আছে “কেৱল যোগ্যসকলকহে সন্মান কৰা উচিত”।

গ্ৰীচৰ মৰ্যাদাত অৰিহণা যোগোৱা লোকসকলক সন্মান জনাই গ্ৰীচৰ ৰাষ্ট্ৰপতিয়ে বিভিন্ন দেশৰ প্ৰধানমন্ত্ৰী আৰু গণ্যমান্য ব্যক্তিক গ্ৰেণ্ড ক্ৰছ অৱ অৰ্ডাৰ অৱ অনাৰ বঁটা প্ৰদান কৰে।

প্ৰমাণ পত্ৰত লিখা আছে-"এই স্বীকৃতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ব্যক্তিগতভাৱে লগচে ভাৰতৰ বন্ধুত্বপূৰ্ণ জনসাধাৰণক সন্মান জনোৱাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।"

চনদখনত আৰু কোৱা হৈছে, “গ্ৰীচে এই ভ্ৰমণ উপলক্ষে ভাৰতৰ প্ৰধানমন্ত্ৰীক সন্মান জনাইছে, যিগৰাকী ৰাষ্ট্ৰনেতাই অদম্যভাৱে নিজৰ দেশক বিশ্বৰ মানচিত্ৰত স্থান দিছে আৰু যিজনে ভাৰতৰ আৰ্থিক প্ৰগতি আৰু সমৃদ্ধিৰ বাবে ধাৰাবাহিকভাৱে কাম কৰি আহিছে আৰু তেওঁ এক সাহসী সংস্কাৰৰ পথ গ্ৰহণ কৰিছে। তেওঁ এনে এগৰাকী ৰাষ্ট্ৰনেতা যি পৰিৱেশ সুৰক্ষা আৰু জলবায়ু পৰিৱৰ্তনক শীৰ্ষ আন্তঃৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ হিচাপে গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।’

প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্ণায়ক ভূমিকাই ভাৰত-গ্ৰীচৰ পাৰস্পৰিক স্বাৰ্থ আৰু বন্ধুত্বৰ ক্ষেত্ৰখনো সম্প্ৰসাৰিত কৰিছে।

প্ৰধানমন্ত্ৰীয়ে গ্ৰীচৰ ৰাষ্ট্ৰপতি কেটেৰিনা ছাকেলাৰ’পুল’ক টুইটযোগে দেশখনৰ চৰকাৰ আৰু গ্ৰীচৰ জনসাধাৰণক অভিনন্দন জনায়।

মই গ্ৰীচৰ ৰাষ্ট্ৰপতি কেটেৰিনা ছাকেলাৰ’পুল’ক দ্য গ্ৰেণ্ড ক্ৰছ অৱ অৰ্ডাৰ অৱ অনাৰ সন্মান দিয়াৰ বাবে ধন্যবাদ জনাইছো৷ এইটোৱে ভাৰতৰ প্ৰতি এক সন্মান প্ৰদৰ্শন কৰিছে৷ 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi’s FTA push: Why India’s MSMEs now have a bigger export opportunity

Media Coverage

PM Modi’s FTA push: Why India’s MSMEs now have a bigger export opportunity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 17 আগষ্ট 2026
August 17, 2026

India Ascendant: Citizens Hail PM Modi's Vision and India’s Multi-Sectoral Growth