প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আজি বুয়েনছ আয়াৰ্ছ চহৰ চৰকাৰৰ মুৰব্বী জৰ্জ মেক্ৰি ডাঙৰীয়াই কী টু দ্য চিটি অব বুয়েনছ আয়াৰ্ছ সন্মান প্ৰদান কৰে।
এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখিছে;
"বুয়েনছ আয়াৰ্ছ চহৰ চৰকাৰৰ মুৰব্বী শ্ৰীমান জৰ্জ মেক্ৰিৰ পৰা কী টু দ্য চিটি অব বুয়েনছ আয়াৰ্ছ লাভ কৰি সন্মানিত হৈছো।"
@jorgemacri"
Honoured to receive the Key to the City of Buenos Aires from Mr. Jorge Macri, Chief of the City Government of Buenos Aires.@jorgemacri pic.twitter.com/wNggutMwtt
— Narendra Modi (@narendramodi) July 5, 2025
Es un honor recibir la Llave de la Ciudad de Buenos Aires por parte del Sr. Jorge Macri, Jefe de Gobierno de la Ciudad de Buenos Aires.@jorgemacri pic.twitter.com/78C07MFm4P
— Narendra Modi (@narendramodi) July 5, 2025


