প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নাগালেণ্ডৰ ৰাজ্যপাল থিৰু লা গণেশন জীৰ মৃত্যুত শোক প্ৰকাশ কৰে। শ্ৰী মোদীয়ে তেওঁক এজন নিষ্ঠাবান জাতীয়তাবাদী বুলি প্ৰশংসা কৰে, যিয়ে নিজৰ জীৱন সেৱা আৰু দেশ -নিৰ্মাণৰ বাবে উৎসৰ্গা কৰিছিল।

এক্সৰ  এটা পোষ্টত তেওঁ কয় -

"নাগালেণ্ডৰ ৰাজ্যপাল থিৰু লা গণেশন জীৰ বিয়োগত মৰ্মাহত হৈছো। তেওঁক এজন নিঃস্বাৰ্থ জাতীয়তাবাদী হিচাপে স্মৰণ কৰা হ'ব, যিয়ে নিজৰ জীৱনটো সেৱা আৰু দেশ-নিৰ্মাণৰ বাবে উৎসৰ্গা কৰিছিল। তেওঁ সমগ্ৰ তামিলনাডুত বিজেপিৰ সম্প্ৰসাৰণৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছিল।তেওঁৰ তামিল সংস্কৃতিৰ প্ৰতিও গভীৰ আবেগিক সম্পৰ্ক আছিল। মোৰ ভাৱনা  তেওঁৰ পৰিয়াল আৰু প্ৰশংসকৰ সৈতে আছে। ওম শান্তি।"

 

 

“நாகாலாந்து ஆளுநர் திரு இல. கணேசன் அவர்களின் மறைவால் வேதனை அடைந்தேன். தேச சேவைக்கும், தேசத்தைச் சிறப்பாகக் கட்டமைக்கவும் தமது வாழ்க்கையை அர்ப்பணித்த ஒரு உண்மையான தேசியவாதியாக அவர் எப்போதும் நினைவுகூரப்படுவார். தமிழ்நாடு முழுவதும் பிஜேபி-யின் வளர்ச்சிக்கு அவர் கடுமையாக உழைத்தார். தமிழ் கலாச்சாரத்தின் மீது அவருக்கு மிகுந்த ஆர்வம் இருந்தது. எனது எண்ணங்கள் அவரது குடும்பத்தினருடனும் அவரது ஆதரவாளர்களுடனும் உள்ளன. ஓம் சாந்தி.”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways takes up 764 km of new lines to boost connectivity in Bihar’s Seemanchal region

Media Coverage

Indian Railways takes up 764 km of new lines to boost connectivity in Bihar’s Seemanchal region
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
নিঃস্বাৰ্থ সেৱাৰ মনোভাবৰ ওপৰত গুৰুত্ব আৰোপ কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
August 07, 2026

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিঃস্বাৰ্থ সেৱা আৰু ইয়াৰ বিনিময়ত একো আশা নকৰাকৈ আনৰ কল্যাণৰ বাবে কাম কৰাৰ মহান আদৰ্শৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছেঃ

"किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम्।

स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम्॥"

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम्।

स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम्॥