প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেংগালুৰুত এটা অট্টালিকা খহি পৰাৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰে। শ্ৰী মোদীয়ে প্ৰতিজন মৃতকৰ নিকটাত্মীয়ৰ বাবে পিএমএনআৰএফৰ পৰা ২ লাখ টকা আৰু আহতসকলৰ বাবে ৫০,০০০ টকাৰ সাহায্য ঘোষণা কৰে।

এক্সত এটা পোষ্টত তেওঁ এনেদৰে লিখিছে:

"বেংগালুৰুত এটা অট্টালিকা খহি মৃত্যুৰ ঘটনাত শোকাভিভূত। প্ৰিয়জনক হেৰুওৱাসকলৰ প্ৰতি মোৰ সমবেদনা। আঘাতপ্ৰাপ্তসকলৰ আশু-আৰোগ্য কামনা কৰিলো।

প্ৰতিজন মৃতকৰ নিকটাত্মীয়ক পিএমএনআৰএফৰ পৰা ২ লাখ টকাৰ সাহায্য প্ৰদান কৰা হ'ব। আহতসকলক ৫০,০০০ টকাকৈ দিয়া হ'ব : প্ৰধানমন্ত্ৰী

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Operation Sagar Bandhu: India provides assistance to restore road connectivity in cyclone-hit Sri Lanka

Media Coverage

Operation Sagar Bandhu: India provides assistance to restore road connectivity in cyclone-hit Sri Lanka
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 5 ডিচেম্বৰ 2025
December 05, 2025

Unbreakable Bonds, Unstoppable Growth: PM Modi's Diplomacy Delivers Jobs, Rails, and Russian Billions