পিএমএনআৰএফৰ পৰা সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ হাছানত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ  প্ৰতি শোক প্ৰকাশ কৰে। তেওঁ প্ৰতিগৰাকী  মৃতকৰ নিকট আত্মীয়লৈ পিএমএনআৰএফৰ পৰা ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাৰ সাহায্যও ঘোষণা কৰে।

এক্সৰ এটা  পোষ্টত পিএমঅ’ ইণ্ডিয়া হেণ্ডেলে এনেদৰে লিখিছে

‘কৰ্ণাটকৰ হাছানত সংঘটিত হোৱা দুৰ্ঘটনাটো হৃদয় বিদাৰক। এনে সংকটৰ মূহুৰ্তত মোৰ ভাৱনা  শোকসন্তপ্ত পৰিয়ালসমূহৰ সৈতে আছে ।আশা কৰোঁ আহতসকলে অতি শীঘ্ৰে  আৰোগ্য লাভ কৰিব।

পিএমএনআৰএফৰ পৰা ২ লাখ টকা প্ৰতিজন মৃতকৰ নিকট আত্মীয়ক দিয়া হ’ব। আহতসকলক ৫০,০০০ টকা দিয়া হ’ব। : প্ৰধানমন্ত্ৰী @narendramodi”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PMAY-U Nears 1.25 Crore Homes: Top 10 States With The Highest PMAY-U Completion Rates

Media Coverage

PMAY-U Nears 1.25 Crore Homes: Top 10 States With The Highest PMAY-U Completion Rates
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 জুন 2026
June 24, 2026

Appreciation for PM Modi’s Vision for Holistic Growth, Furthering Technology as well as Traditions