পিএমএনআৰএফৰ পৰা সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰত সংঘটিত হোৱা  দুৰ্ঘটনাত বহু লোকে প্ৰাণ হেৰুওৱাৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰে। তেওঁ প্ৰতিজন মৃতকৰ ওচৰৰ আত্মীয়ৰ বাবে পিএমএনআৰএফৰ পৰা ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাৰ সাহায্য ঘোষণা কৰে।

এক্সৰ এটা  পোষ্টত  পিএমঅ’ ইণ্ডিয়া হেণ্ডেলে কয়-

‘মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰত সংঘটিত হোৱা দুৰ্ঘটনাত মৰ্মান্তিক আঘাত পাইছো।প্ৰিয়জনক হেৰুওৱাসকলৰ প্ৰতি সমবেদনা।আঘাতপ্ৰাপ্তসকলে অতি সোনকালে আৰোগ্য লাভ কৰক।পিএমএনআৰএফৰ পৰাপ্ৰতিজন মৃতকৰ ওচৰৰ আত্মীয়ক  ২ লাখ টকা দিয়া হ’ব। আহতসকলক ৫০ হাজাৰ টকা দিয়া হ’ব।”

PM @narendramodi”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's offshore tech hubs hit $98.4 bn revenue in FY26, says report

Media Coverage

India's offshore tech hubs hit $98.4 bn revenue in FY26, says report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 6 মে’ 2026
May 06, 2026

New India, New Pride: When Self-Reliance Meets Results — A Tribute to PM Modi