PM announces ex-gratia from PMNRF

প্ৰধানমন্ত্ৰীয়ে পালামত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে আৰু ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ বাবে এককালীন সাহায্য ঘোষণা কৰিছে।

দিল্লীৰ পালামত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰিয়জনক হেৰুওৱাসকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰে। শ্ৰী মোদীয়ে লগতে ঘোষণা কৰে যে প্ৰতিজন মৃত ব্যক্তিৰ নিকটাত্মীয়সকলক পিএমএনআৰএফৰ পৰা ২ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰাৰ লগতে আহতসকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ’ব।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;

‘দিল্লীৰ পালামত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাটো দুখজনক। যিসকলে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মই সমবেদনা জ্ঞাপন কৰিছো। আহতসকল অতি সোনকালে সুস্থ হৈ উঠক।’

প্ৰতিজন মৃতকৰ নিকটাত্মীয়সকলক পিএমএনআৰএফৰ পৰা ২ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা হ’ব। আহতসকলক ৫০,০০০ টকা দিয়া হ’বঃ প্ৰধানমন্ত্ৰী

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Commendable performance of India’s marine exports amid uncertain times

Media Coverage

Commendable performance of India’s marine exports amid uncertain times
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 2 মে’ 2026
May 02, 2026

Viksit Bharat Unfolding: PM Modi Delivers Jobs, Clean Energy, Digital Justice & Economic Firepower