প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰখ্যাত কবি আৰু চিন্তাবিদ আন্দে শ্ৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয় যে আন্দে শ্ৰীৰ বিয়োগে আমাৰ সাংস্কৃতিক আৰু বৌদ্ধিক পৰিৱেশত এক গভীৰ শূন্যতাৰ সৃষ্টি কৰিলে। "তেওঁৰ চিন্তাই তেলেংগানাৰ আত্মাক প্ৰতিফলিত কৰিছিল। এগৰাকী প্ৰসিদ্ধ কবি আৰু চিন্তাবিদ, তেওঁ জনসাধাৰণৰ কণ্ঠস্বৰ আছিল, তেওঁলোকৰ সংগ্ৰাম, আকাংক্ষা আৰু অদমনীয় মনোভাৱ প্ৰকট কৰিছিল। তেওঁৰ কথাবোৰ আছিল হৃদয়স্পৰ্শী, সকলো কণ্ঠস্বৰ একত্ৰিত কৰা আৰু সমাজৰ সামূহিক স্পন্দনৰ আকৃতি দিয়াৰ শক্তি আছিল তেওঁৰ। তেওঁ যি ধৰণে সামাজিক চেতনাক কাব্যিক সৌন্দৰ্য্যৰ সৈতে সংমিশ্ৰিত কৰিছিল সেয়া আছিল অসামান্য", শ্ৰী মোদীয়ে কয়।

 

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছেঃ

"আন্দে শ্ৰীৰ বিয়োগে আমাৰ সাংস্কৃতিক আৰু বৌদ্ধিক পৰিৱেশত এক গভীৰ শূন্যতাৰ সৃষ্টি কৰিলে। "তেওঁৰ চিন্তাই তেলেংগানাৰ আত্মাক প্ৰতিফলিত কৰিছিল। এগৰাকী প্ৰসিদ্ধ কবি আৰু চিন্তাবিদ, তেওঁ জনসাধাৰণৰ কণ্ঠস্বৰ আছিল, তেওঁলোকৰ সংগ্ৰাম, আকাংক্ষা আৰু অদমনীয় মনোভাৱ প্ৰকট কৰিছিল। তেওঁৰ কথাবোৰ আছিল হৃদয়স্পৰ্শী, সকলো কণ্ঠস্বৰ একত্ৰিত কৰা আৰু সমাজৰ সামূহিক স্পন্দনৰ আকৃতি দিয়াৰ শক্তি আছিল তেওঁৰ। । তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকলৰ শোকৰ সমভাগী হৈছো। ওম শান্তি।"

 

 

 

“అందె శ్రీ మరణం మన సాంస్కృతిక, మేధో ప్రపంచంలో పూడ్చలేని లోటు. ఆయన ఆలోచనలు తెలంగాణ ఆత్మను ప్రతిబింబిస్తాయి. ఒక గొప్ప కవి, మేధావి అయిన ఆయన, ప్రజల పోరాటాలకు , ఆకాంక్షలకు ,అకుంఠిత స్ఫూర్తికి గొంతుకగా నిలిచారు. ఆయన పదాలకు హృదయాలను కదిలించే శక్తి, అన్ని వర్గాల ప్రజల ఆకాంక్షలను ఏకం చేసే శక్తి,ప్రజల సాంఘిక హృదయస్పందనకి రూపం ఇచ్చే శక్తి ఉన్నాయి. ఆయన సామాజిక స్పృహను,సాహితీ సౌందర్యంతో మిళితం చేసిన విధానం అద్వితీయం. వారి కుటుంబసభ్యులకు,అభిమానులకు నా ప్రగాఢ సంతాపం తెలియజేస్తున్నాను. ఓం శాంతి."

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Modi Govt’s 12 years are transformational for industry’

Media Coverage

‘Modi Govt’s 12 years are transformational for industry’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 জুন 2026
June 12, 2026

Breaking Barriers, Building Bharat: PM Modi’s Historic Push for Gender Equality and Inclusive Growth