‘পিএমএনআৰএফ’-ৰ পৰা এককালীন সাহায্য ঘোষণা

উত্তৰ প্ৰদেশৰ বাৰাবংকীত সংঘটিত পথ দুৰ্ঘটনাত নিহতসকলৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এক শোক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়,

“উত্তৰ প্ৰদেশৰ বাৰাবাংকীত সংঘটিত পথ দুৰ্ঘটনাৰ বাতৰিটোৱে বুৰুকৈয়ে ব্যথিত কৰিছে। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। অলপ আগতে মুখ্যমন্ত্ৰী যোগী জীৰ সৈতে এই সন্দৰ্ভত কথা-বতৰা পাতিছো। আহতসকলৰ যথোচিত চিকিত্সাৰ বাবে উন্নত ব্যৱস্থা কৰা হৈছে।

দুৰ্ঘটনাটোত নিহত-আহতসকলৰ বাবে প্ৰধানমন্ত্ৰীয়ে এককালীন সাহায্যও ঘোষণা কৰিছে। সেই অনুসৰি নিহতসকলৰ নিকটাত্মীয়লৈ ২লাখ টকাকৈ আৰু আহতসকলৰ প্ৰত্যেকলৈ ৫০হাজাৰ টকাকৈ ধনৰাশি আগবঢ়োৱা হ’ব।

 

 

The Prime Minister, Shri Narendra Modi has also announced an ex-gratia of Rs. 2 lakh to be given to the next of kin of those who lost their lives and Rs. 50,000 to those injured.

A PMO tweet said, "PM @narendramodi announced an ex-gratia of Rs. 2 lakh each from PMNRF for the next of kin of those who lost their lives in the tragic accident in Barabanki. The injured would be given Rs. 50,000 each."

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Thought I Was Dreaming': Boatman Gouranga Biswas Recounts His 40-Minute Hooghly Ride With PM Modi

Media Coverage

'Thought I Was Dreaming': Boatman Gouranga Biswas Recounts His 40-Minute Hooghly Ride With PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 এপ্ৰিল 2026
April 24, 2026

Made in India, Built for 2047: PM Modi’s Reforms Turning Rural Hope into National Strength