Share
 
Comments

তেলেংগানাৰ নগৰকুর্নলত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি প্ৰাণ হেৰুৱাসকলৰ নিকট আত্মীয়লৈ ২ লাখ টকাকৈ  ক্ষতিপূৰণ আৰু আহতসকললৈ ৫০,০০০ টকাকৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰে।

পিএমঅ’ৰ এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "তেলেংগানাৰ নগৰকুর্নলত সংঘটিত দুৰ্ঘটনাত প্ৰিয়জনক হেৰুৱাসকললৈ সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰিছো। নিহতসকলৰ নিকট আত্মীয়ক পিএমএনআৰএফৰপৰা ২ লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদান কৰা হ’ব আৰু আহতসকলক ৫০,০০০ টকাকৈ আগবঢ়োৱা যাবঃ প্ৰধানমন্ত্ৰী মোদী।"

 

‘মন কী বাত’ৰ বাবে আপোনাৰ ধাৰণা আৰু পৰামৰ্শ এতিয়াই শ্বেয়াৰ কৰক!
Modi Govt's #7YearsOfSeva
Explore More
It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi

Popular Speeches

It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi
Whom did PM Modi call on his birthday? Know why the person on the call said,

Media Coverage

Whom did PM Modi call on his birthday? Know why the person on the call said, "You still haven't changed"
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 ছেপ্টেম্বৰ 2021
September 19, 2021
Share
 
Comments

Citizens along with PM Narendra Modi expressed their gratitude towards selfless contribution made by medical fraternity in fighting COVID 19

India’s recovery looks brighter during these unprecedented times under PM Modi's leadership –