প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা সাহায্য ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ চুৰাট জিলাত সংঘটিত হোৱা  দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি  গভীৰ শোক  প্ৰকাশ কৰে। তেওঁ এই দুৰ্ঘটনাত  নিজৰ আপোনজনক হেৰুওৱাসকলৰ প্ৰতি আন্তৰিক সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলে শীঘ্ৰে  আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা জনায়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে উদ্ধাৰ অভিযান চলি আছে আৰু দুৰ্ঘটনাস্থলীত কৰ্তৃপক্ষই সকলো ধৰণৰ সহায় আগবঢ়াইছে।

প্ৰধানমন্ত্ৰীয়ে   দুৰ্ঘটনাত নিহত প্ৰতিগৰাকী ব্যক্তিৰ নিকট আত্মীয়ক  প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ)ৰ পৰা ২ লাখ টকাকৈ আৰু এই  ঘটনাত  আঘাতপ্ৰাপ্তসকলক ৫০ হাজাৰ টকাৰ সাহায্য প্ৰদান  কৰা হ’ব  বুলি ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে  পোষ্ট কৰে:

"গুজৰাটৰ চুৰাট জিলাত সংঘটিত দুৰ্ঘটনাৰ খবৰ পাই গভীৰভাৱে মৰ্মাহত। যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা। আহতসকলে অতি সোনকালে আৰোগ্য লাভ কৰক। উদ্ধাৰ অভিযান চলি আছে আৰু দুৰ্ঘটনাস্থলীত কৰ্তৃপক্ষই সকলো ধৰণৰ সহায় আগবঢ়াইছে।নিহত প্ৰতিগৰাকী ব্যক্তিৰ নিকট আত্মীয়ক  প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ)ৰ পৰা ২ লাখ টকাকৈ আৰু এই  ঘটনাত  আঘাতপ্ৰাপ্তসকলক ৫০ হাজাৰ টকাৰ সাহায্য প্ৰদান  কৰা হ’ব  "।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Foreign traveller calls India's Vande Bharat sleeper a “Five-Star Hotel on Rails”; and the Internet agrees

Media Coverage

Foreign traveller calls India's Vande Bharat sleeper a “Five-Star Hotel on Rails”; and the Internet agrees
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Eminent industry leader Shri Ravi Kant meets the Prime Minister
July 18, 2026

Eminent industry leader Shri Ravi Kant met Prime Minister, Shri Narendra Modi earlier today and presented a copy of his book 'Leading from the Back - To Achieve the Impossible'.

The Prime Minister posted on X;

Eminent industry leader Shri Ravi Kant met PM @narendramodi earlier today and presented a copy of his book 'Leading from the Back - To Achieve the Impossible'.