পিএমএনআৰএফৰ পৰা সাহায্য ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ কাটিহাৰত সংঘটিত  কৰুণ দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰি এই ঘটনাক অত্যন্ত বেদনাদায়ক বুলি অভিহিত কৰে।

প্ৰধানমন্ত্ৰীয়ে নিজৰ আপোনজনক হেৰুওৱা পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলে অতি সোনকালে আৰোগ্য লাভ কৰাৰ  বাবে প্ৰাৰ্থনা জনায়। শ্ৰী মোদীয়ে লগতে নিহতৰ পৰিয়াল আৰু আহতৰ বাবে সাহায্য ঘোষণা কৰে । প্ৰধানমন্ত্ৰীয়ে প্ৰতিগৰাকী মৃতকৰ ওচৰ সম্পৰ্কীয়  আত্মীয়ৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকা আগবঢ়োৱাৰ কথা উল্লেখ কৰে। দুৰ্ঘটনাত আহতসকলক ৫০ হাজাৰ টকাৰ সাহায্য আগবঢ়োৱা হ’ব।

 

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে লিখিছে:

"বিহাৰৰ কাটিহাৰত সংঘটিত দুৰ্ঘটনাটো অত্যন্ত বেদনাদায়ক। যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকক সমবেদনা  জনাইছো। আহতসকলে অতি শীঘ্ৰে আৰোগ্য লাভ কৰক।"

পিএমএনআৰএফৰ পৰা ২ লাখ টকা প্ৰতিগৰাকী মৃতকৰ ওচৰ সম্পৰ্কীয়  আত্মীয়ক দিয়া হ’ব। আহতসকলক ৫০ হাজাৰ টকা দিয়া হ’ব।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's $13 billion semiconductor mission: Boosting domestic chip manufacturing and design

Media Coverage

India's $13 billion semiconductor mission: Boosting domestic chip manufacturing and design
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 ছেপ্টেম্বৰ 2026
September 08, 2026

Viksit Bharat, Many Engines: Defence, Diplomacy, Growth & Green Power Under PM Modi