প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ বাৰামতী জিলাত সংঘটিত এক শোকাৱহ বিমান দুৰ্ঘটনাত কেইবাজনো লোকৰ প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰিছে। ‘দুৰ্ঘটনাত প্ৰিয়জনক হেৰুওৱাসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছো। গভীৰ শোকৰ এই মুহূৰ্তত শোকসন্তপ্ত পৰিয়ালসমূহক এই দুখ সহিব পৰাকৈ শক্তি আৰু সাহসৰ বাবে প্ৰাৰ্থনা জনাইছো’, শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

‘মহাৰাষ্ট্ৰৰ বাৰামতীৰ শোকাৱহ বিমান দুৰ্ঘটনাত শোকাহত। দুৰ্ঘটনাত প্ৰিয়জনক হেৰুওৱাসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছো। গভীৰ শোকৰ এই মুহূৰ্তত শোকসন্তপ্ত পৰিয়ালসমূহক এই দুখ সহিব পৰাকৈ শক্তি আৰু সাহসৰ বাবে প্ৰাৰ্থনা জনাইছো।’

"महाराष्ट्रातील बारामती येथे झालेल्या दुर्दैवी विमान अपघातामुळे मी अत्यंत दुःखी आहे. या अपघातात आपल्या प्रियजनांना गमावलेल्या सर्वांच्या दुःखात मी सहभागी आहे. या दुःखाच्या क्षणी शोकाकुल कुटुंबांना शक्ती आणि धैर्य मिळो, ही प्रार्थना करतो."

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Modi Govt’s 12 years are transformational for industry’

Media Coverage

‘Modi Govt’s 12 years are transformational for industry’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 জুন 2026
June 12, 2026

Breaking Barriers, Building Bharat: PM Modi’s Historic Push for Gender Equality and Inclusive Growth