নতুন দিল্লী ৰে’লৱে ষ্টেচনত পদপিষ্ট হৈ বহু লোকৰ প্ৰাণ হানি হোৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে। লগতে প্ৰধানমন্ত্ৰীয়ে উক্ত দুৰ্ঘটনাত আহত হোৱা লোকসকলৰ আশু আৰোগ্যও কামনা কৰে।

এই সন্দৰ্ভত আজি এক্সত এটা পোষ্টযোগে প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে -

“নতুন দিল্লী ৰে’লৱে ষ্টেশ্যনত পদপিষ্ট হৈ প্ৰাণহানি হোৱা ঘটনাত গভীৰ আঘাত পাইছো। উক্ত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছোঁ। একেটা দুৰ্ঘটনাতে আহত লোকসকলৰ শীঘ্ৰে আশু আৰোগ্য কামনা কৰিলোঁ। এই দুৰ্ঘটনাত প্ৰভাৱিত সকলো লোককে সাহায্যাৰ্থে বিভাগীয় কৰ্তৃপক্ষই উন্মুখতাৰে কাম কৰি আছে।”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India remains fastest-growing major economy, domestic investors power market resilience

Media Coverage

India remains fastest-growing major economy, domestic investors power market resilience
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 মাৰ্চ 2026
March 14, 2026

Heartening Resolve Meets Bold Action: PM Modi's Transformative Push for a Developed Assam.