পিএমএনআৰএফৰ পৰা এককালীন সাহায্য ঘোষণা

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ বদোদৰা জিলাত এখন দলং ভাঙি পৰাৰ ফলত কেইবাগৰাকীও লোক নিহত হোৱাৰ বাবে গভীৰ শোক প্ৰকাশ কৰে। শ্ৰী মোদীয়ে দুৰ্ঘটনাত আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰে।

প্ৰধানমন্ত্ৰীয়ে পি এম এন আৰ এফৰ পৰা নিহতসকলৰ নিকটাত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০ হেজাৰ টকাকৈ এককালীন সাহায্য ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ফালৰ পৰা এইদৰে এক্সত পোষ্ট কৰা হৈছে;

"গুজৰাটৰ বদোদৰা জিলাত দলং ভাঙি পৰাৰ ফলত হোৱা প্ৰাণহানিৰ ঘটনা অত্যন্ত দুখজনক। এই ঘটনাত প্ৰিয়জনক হেৰুওৱাসকললৈ সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো।

পি এম এন আৰ এফৰ পৰা নিহতসকলৰ নিকটাত্মীয়লৈ ২ লাখ টকা এককালীন সাহায্য প্ৰদান কৰা হ’ব। আহতসকললৈ ৫০ হেজাৰ টকাকৈ সাহায্য আগবঢ়োৱা হ’বঃ PM@narendramodi "

 

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Co, LLP registrations scale record in first seven months of FY26

Media Coverage

Co, LLP registrations scale record in first seven months of FY26
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
য়েল মিডিয়া কৰ্ণাৰ 13 নৱেম্বৰ 2025
November 13, 2025

PM Modi’s Vision in Action: Empowering Growth, Innovation & Citizens