‘পিএমএনআৰএফ’ৰ পৰা অনুদান ঘোষণা

জম্মু-কাশ্মীৰৰ ডোডাত বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে ‘পিএমএনআৰএফ’ৰ পৰা প্ৰতিগৰাকী মৃতকৰ নিকটাত্মীয়লৈ ২ লাখকৈ আৰু আহতসকলৰ বাবে ৫০,০০০ টকাকৈ অনুদান ঘোষণা কৰে।

 

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ‘টুইট’ কৰিছে;

 

"জম্মু-কাশ্মীৰৰ ডোডাত সংঘটিত বাছ দুৰ্ঘটনাটো নিতান্তই দুখজনক। নিকটতম লোকসকলক হেৰুওৱা পৰিয়ালসমূহলৈ মোৰ সমবেদনা জনাইছোঁ। আহতসকল অতি সোনকালেই আৰোগ্য হোৱাৰ কামনাৰে মই প্ৰাৰ্থনা জনাইছোঁ”।

 

প্ৰতিগৰাকী মৃতকৰ নিকটাত্মীয়ক ‘পিএমএনআৰএফ’ৰ পৰা ২ লাখকৈ টকাৰ অনুদান প্ৰদান কৰা হ'ব। আহতসকলক ৫০,০০০কৈ টকা দিয়া হ'ব।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Odisha’s Dhenkanal farmers export 3 tonne of mango to London

Media Coverage

Odisha’s Dhenkanal farmers export 3 tonne of mango to London
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 মে’ 2026
May 14, 2026

Kisan Kalyan to Viksit Bharat: PM Modi Delivers Jobs, Markets & Dignity Across Rural and Industrial India