‘পিএমএনআৰএফ’-ৰ পৰা এককালীন সাহায্য ঘোষণা

তেলেংগাণাৰ চেকেন্দেৰাবাদত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ কৰিছে প্ৰধানামন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

ইফালে, ‘প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি’(পিএমএনআৰএফ)ৰ পৰা ঘটনাটোত নিহতসকলৰ নিকটাত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০,০০০ টকাকৈ এককালীন সাহায্য প্ৰদানৰ কথাও ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক টুইটত কোৱা হৈছে;

“তেলেংগাণাৰ চেকেন্দেৰাবাদত সংঘটিত অগ্নিকাণ্ডত বহুকেইজন লোকে প্ৰাণ হেৰুওৱা কথাই ব্যথিত কৰিছে। নিহতসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। দুৰ্ঘটনাটোত আহত হোৱা সকলৰ আশু আৰোগ্য কামনা কৰিছো। ‘পিএমএনআৰএফ’-ৰ পৰা নিহতসকলৰ নিকটাত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০,০০০ টকাকৈ অৰ্থ সাহায্য আগবঢ়োৱা হ’ব।: PM @narendramodi”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian economy navigated well external uncertainties: RBI Bulletin

Media Coverage

Indian economy navigated well external uncertainties: RBI Bulletin
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 জুলাই 2026
July 23, 2026

Digital Rails, PLI Jobs & Swift Justice: How PM Modi’s Governance is Rewiring India’s Future