প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নেপালত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত প্ৰাণ হেৰুওৱাসকলৰ  লগতে ব্যাপক ক্ষয়-ক্ষতিৰ বাবে গভীৰ শোক প্ৰকাশ কৰে। তেওঁ এই কঠিন সময়ত নেপালৰ জনসাধাৰণ আৰু চৰকাৰৰ প্ৰতি থকা  ভাৰতৰ অটল সমৰ্থনৰ কথা পুনৰবাৰ উল্লেখ কৰে। শ্ৰী মোদীয়ে সংকটৰ সময়ত বন্ধুত্বপূৰ্ণ প্ৰতিবেশী আৰু প্ৰথম সঁহাৰিদাতা হিচাপে দেশ খনৰ  ভূমিকাৰ বিষয়ে  আলোকপাত কৰি সকলো প্ৰয়োজনীয় সাহায্য প্ৰদানৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতিৰ কথা দৃঢ়তাৰে প্ৰকাশ কৰে।

এক্সৰ এটা পোষ্টত তেওঁ কয় যে-

“নেপালত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত হোৱা প্ৰাণ হানি  আৰু  ক্ষয়-ক্ষতি দুখজনক।এই কঠিন সময়ত আমি নেপালৰ জনসাধাৰণ আৰু চৰকাৰৰ সৈতে থিয় দিছো।এখন  বন্ধুত্বপূৰ্ণ প্ৰতিবেশী আৰু প্ৰথম সঁহাৰিদাতা হিচাপে ভাৰতে প্ৰয়োজনীয় যিকোনো সহায়ৰ  বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's crude supply secure, LPG production increased: Hardeep Puri

Media Coverage

India's crude supply secure, LPG production increased: Hardeep Puri
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 মাৰ্চ 2026
March 13, 2026

Resilient India Under PM Modi: Diplomatic Mastery, Youth Power, and Unstoppable Progress