প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰামোজী ফিল্ম চিটীৰ প্ৰতিষ্ঠাপক শ্ৰী ৰামোজী ৰাওৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।

শ্ৰী মোদীয়ে কয় যে ৰামোজী ৰাও এগৰাকী দুৰদৃষ্টিসম্পন্ন ব্যক্তি আছিল, যিগৰাকীয়ে ভাৰতীয় সংবাদ ব্যৱস্থাত নৱজাগৰণৰ সূচনা কৰিছিল। সাংবাদিকতা আৰু বিশ্ব বোলছবি জগতত তেওঁ উল্লেখযোগ্য অৱদান অবিস্মৰণীয় হৈ ৰ’ব।

টুইটাৰৰ পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়:

“শ্ৰী ৰামোজী ৰাও গাৰোৰ বিয়োগ অতি মৰ্মাহত হৈছো। তেওঁ এগৰাকী দুৰদৃষ্টিসম্পন্ন ব্যক্তি আছিল, যিগৰাকীয়ে ভাৰতীয় সংবাদ ব্যৱস্থাত নৱজাগৰণৰ সূচনা কৰিছিল। সাংবাদিকতা আৰু বিশ্ব বোলছবিৰ ক্ষেত্ৰখনত তেওঁ উল্লেখযোগ্য অৱদান অবিস্মৰণীয় হৈ ৰ’ব। তেওঁৰ উল্লেখযোগ্য প্ৰচেষ্টাৰ জৰিয়তে তেওঁ সংবাদ মাধ্যম আৰু মনোৰঞ্জন জগতত উদ্ভাৱন আৰু উৎকৰ্ষতাৰ নতুন মান প্ৰতিষ্ঠা কৰিছিল।

ৰামোজী ৰাও গাৰোৱে ভাৰতৰ উন্নয়নত অতি গুৰুত্ব আৰোপ কৰিছিল। তেওঁৰ সৈতে কেইবাবাৰো মত বিনিময় কৰাৰ আৰু তেওঁৰ জ্ঞানেৰে সমৃদ্ধ হোৱাৰ মোৰ সৌভাগ্য হৈছিল। এই শোকৰ মুহূৰ্তত তেওঁৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু অগণন অনুৰাগীলৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। ঔম শান্তি।”

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
21% YoY rise in engineering exports in June shows sector's resilience amid global challenges: EEPC India Chairman

Media Coverage

21% YoY rise in engineering exports in June shows sector's resilience amid global challenges: EEPC India Chairman
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 জুলাই 2026
July 14, 2026

From Local Fields to Global Recognition: PM Modi’s ‘Vocal for Local’ is Now Delivering Real Global Respect