প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী ওমেন চাণ্ডীৰ বিয়োগত গভীৰ দুখ প্ৰকাশ কৰিছে।
শ্ৰী মোদীয়ে তেওঁৰ সৈতে নিজৰ বিভিন্ন সময়ত হোৱা বাৰ্তালাপৰো স্মৰণ কৰে, বিশেষকৈ যেতিয়া তেওঁলোক দুয়ো নিজ নিজ ৰাজ্যৰ মুখ্যমন্ত্ৰী আছিল।
প্ৰধানমন্ত্ৰীয়ে এটা টুইটত কয়;
"শ্ৰী ওমেন চাণ্ডীজীৰ বিয়োগত আমি এজন বিনয়ী আৰু সমৰ্পিত নেতা হেৰুৱালোঁ, যি নিজৰ জীৱন সাৰ্বজনীন সেৱাৰ বাবে সমৰ্পিত কৰিলে আৰু কেৰালাৰ প্ৰগতিৰ বাবে কাম কৰিলে। মোৰ তেওঁৰ সৈতে নিজৰ বেলেগ-বেলেগ সময়ত হোৱা বাৰ্তালাপ মনত আছে, বিশেষকৈ যেতিয়া আমি দুয়ো নিজ-নিজ ৰাজ্যৰ মুখ্যমন্ত্ৰী আছিলোঁ আৰু পাছত যেতিয়া মই দিল্লীলৈ আহিলোঁ। এই দুখৰ সময়ত মোৰ সমবেদনা তেওঁৰ পৰিয়াল আৰু সমৰ্থকসকলৰ সৈতে আছে। ঈশ্বৰে তেওঁৰ আত্মাক শান্তি প্ৰদান কৰক।"
In the passing away of Shri Oommen Chandy Ji, we have lost a humble and dedicated leader who devoted his life to public service and worked towards the progress of Kerala. I recall my various interactions with him, particularly when we both served as Chief Ministers of our… pic.twitter.com/S6rd22T24j
— Narendra Modi (@narendramodi) July 18, 2023
പൊതുസേവനത്തിനായി ജീവിതം ഉഴിഞ്ഞുവെക്കുകയും കേരളത്തിന്റെ പുരോഗതിക്കായി പ്രവർത്തിക്കുകയും ചെയ്ത എളിമയും, അർപ്പണബോധമുള്ള നേതാവിനെയാണ് ശ്രീ ഉമ്മൻ ചാണ്ടി ജിയുടെ വിയോഗത്തിലൂടെ നമുക്ക് നഷ്ടമായത്. ഞങ്ങൾ രണ്ടുപേരും അതത് സംസ്ഥാനങ്ങളിലെ മുഖ്യമന്ത്രിമാരായി സേവനമനുഷ്ഠിച്ചപ്പോഴും പിന്നീട് ഞാൻ… pic.twitter.com/EorQ5L2c5x
— Narendra Modi (@narendramodi) July 18, 2023


