প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি অনুষ্ঠিত মন্ত্ৰী পৰিষদৰ এক ফলপ্ৰসূ বৈঠকৰ সবিশেষ আজি প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে পৰিষদে ‘জীৱন ধাৰণৰ সূচলতা’ আৰু ‘ব্যৱসায়িক সূচলতা’ বৃদ্ধিৰ সৈতে সম্পৰ্কিত মূল্যৱান দৃষ্টিভংগী আৰু উৎকৃষ্ট নিয়ম সন্দৰ্ভত আলোচনা কৰে। শ্ৰী মোদীয়ে লগতে উল্লেখ কৰে যে এই আলোচনাৰ জৰিয়তে বিকশিত ভাৰতৰ উমৈহতীয়া সপোন সফলতাৰে বাস্তৱায়িত কৰাৰ উদ্দেশ্যে সক্ৰিয়ভাৱে সংস্কাৰসমূহক আগুৱাই নিয়াৰ উপায় সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

‘কালি মন্ত্ৰী পৰিষদৰ এখন ফলপ্ৰসূ বৈঠক অনুষ্ঠিত হয়। আমি ‘জীৱন ধাৰণৰ সূচলতা’, ‘ব্যৱসায় কৰাৰ সূচলতা’ আৰু আমাৰ বিকশিত ভাৰতৰ উমৈহতীয়া সপোন বাস্তৱায়িত কৰাৰ বাবে কেনেদৰে অধিক সংস্কাৰ সাধন কৰিব পাৰি, সেই সম্পৰ্কীয় দৃষ্টিভংগী তথা উৎকৃষ্ট নিয়মসমূহ সন্দৰ্ভত মত বিনিময় কৰো।’

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Media Coverage

"J&K Important Part Of India": US Ambassador Sergio Gor In Srinagar
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to former Prime Minister Shri Rajiv Gandhi
August 20, 2026

The Prime Minister, Shri Narendra Modi has paid homage to former Prime Minister, Shri Rajiv Gandhi, on the occasion of his birth anniversary.

In a post on X, Shri Modi said;

“On the occasion of his birth anniversary, paying homage to former Prime Minister of India, Shri Rajiv Gandhi.”