আজি পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত ৭, লোক কল্যাণ মাৰ্গত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটিৰ এখন জৰুৰী বৈঠক অনুষ্ঠিত হয়।
এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে X ত পোষ্ট কৰি লিখিছে :
"পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত, ৭, লোক কল্যাণ মাৰ্গত চিচিএছৰ এখন বৈঠকত অধ্যক্ষতা কৰোঁ।"
In the wake of the terrorist attack in Pahalgam, chaired a meeting of the CCS at 7, Lok Kalyan Marg. pic.twitter.com/bZj5gggp5l
— Narendra Modi (@narendramodi) April 23, 2025


