চীনৰ হাংঝুত অনুষ্ঠিত এছিয়ান পেৰা গেমছ, ২০২২ত মহিলাৰ ডাবলছ কম্পাউণ্ড ইভেন্টত ৰূপৰ পদক লাভৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰা আৰ্চাৰ শীতল দেৱী আৰু সৰিতাক অভিনন্দন জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ
“মহিলাৰ ডাবলছ কম্পাউণ্ড ইভেন্টত ৰূপৰ পদক লাভৰ বাবে আমাৰ পেৰা আৰ্চাৰ শীতল দেৱী আৰু সৰিতাক অভিনন্দন জনালোঁ। ভাৰতে এই সফলতাক উদযাপন কৰিছে।”
Congratulations to our Para Archers, Sheetal Devi and Sarita, for securing a splendid Silver Medal in the Women's Doubles Compound Event. India celebrates this well-deserved success. pic.twitter.com/Z5HNNlxDeU
— Narendra Modi (@narendramodi) October 25, 2023


