প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত মহিলাৰ ৩০০০ মিটাৰ ষ্টীপলচেজত ৰূপৰ পদক জয় কৰাৰ বাবে পাৰুল চৌধাৰীক অভিনন্দন জনায়৷
টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
“এছিয়ান গেমছত মহিলাৰ ৩০০০ মিটাৰ ষ্টীপলচেজত পাৰুল চৌধাৰীৰ এক অসাধাৰণ ৰূপৰ পদক অৰ্জন!
তেওঁৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমে সঁচাকৈয়ে ফল দিছে। তেওঁৰ সফলতাত ভাৰত সঁচাকৈয়ে আনন্দিত হৈছে। তেওঁক অভিনন্দন জনোৱাৰ লগতে ভৱিষ্যত প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছো৷”
An outstanding Silver for Parul Chaudhary in the women's 3000m steeplechase at the Asian Games!
— Narendra Modi (@narendramodi) October 2, 2023
Her dedication and hard work have truly paid off. India is truly elated. Congrats to her and best wishes for the endeavours ahead. pic.twitter.com/YpNDEs29V0


