Share
 
Comments

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ‘বলিদান দিৱস’ত গুৰুজনালৈ শ্ৰদাৰ্ঘ্য নিবেদন কৰে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;

“শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ বলিদানৰ গাঁথা আমাৰ ইতিহাসৰ এক অবিস্মৰণীয় মুহূৰ্ত। তেওঁ জীৱনৰ শেষ নিঃশ্বাস পৰ্যন্ত অন্যায়ৰ বিৰুদ্ধে যুঁজি গৈছিল। আজিৰ এই দিনটোত মই শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ চৰণত প্ৰণিপাত জনাইছো।

অলপতে দিল্লীৰ ‘শিশ গঞ্জ ছাহিব’লৈ যোৱাৰ কেইটামান মুহূৰ্তৰ ছবি শ্বেয়াৰ কৰিছো”।

Explore More
৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
PM Modi felicitates 11 workers who built new Parliament building, gifts shawls

Media Coverage

PM Modi felicitates 11 workers who built new Parliament building, gifts shawls
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Social Media Corner 28th May 2023
May 28, 2023
Share
 
Comments

New India Unites to Celebrate the Inauguration of India’s New Parliament Building and Installation of the Scared Sengol

101st Episode of PM Modi’s ‘Mann Ki Baat’ Fills the Nation with Inspiration and Motivation