প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি শ্ৰী এম. ভেংকায়া নাইডুৰ দ্বাৰা আয়োজিত উগাড়ী উদযাপন অনুষ্ঠানত উপস্থিত থাকে৷

প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি শ্ৰী এম. ভেংকায়া নাইডুৰ টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়,

“প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি শ্ৰী এম. ভেংকায়া নাইডুৰ দ্বাৰা আয়োজিত উগাড়ী উদযাপন অনুষ্ঠানত উপস্থিত থাকি আনন্দিত অনুভৱ কৰিলো৷ কেইবা দশক ধৰি তেওঁক চিনি পোৱাৰ বাবে মই তেওঁৰ সংস্কৃতিৰ প্ৰতি থকা আকৰ্ষণ আৰু গুৰুত্বপূৰ্ণ উৎসৱ-পাৰ্বনবোৰ যি উদ্যমেৰে পালন কৰে, সেয়া মই দেখি আহিছো৷”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Teachers: The artists of education

Media Coverage

Teachers: The artists of education
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 7 ছেপ্টেম্বৰ 2026
September 07, 2026

Vasudhaiva Kutumbakam in Action: Tech Hub, Border Villages, Global Leadership by PM Modi