পদ্ম বঁটাসমূহ প্ৰদান কৰা অসামৰিক অলংকৰণ অনুষ্ঠান-১ত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰে।" জীৱনৰ সকলো ক্ষেত্ৰত উৎকৃষ্ট সেৱা আগবঢ়োৱা ব্যক্তিসকলক তেওঁলোকৰ সেৱা আৰু সাফল্যৰ বাবে সন্মানিত কৰা হৈছে", শ্ৰী মোদীয়ে কয়।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:
"পদ্ম বঁটাসমূহ প্ৰদান কৰা ‘অসামৰিক অলংকৰণ অনুষ্ঠান-১’ত অংশগ্ৰহণ কৰিলোঁ। জীৱনৰ সকলো ক্ষেত্ৰত উৎকৃষ্ট সেৱা আগবঢ়োৱা ব্যক্তিসকলক তেওঁলোকৰ সেৱা আৰু কৃতিত্বৰ বাবে সন্মানিত কৰা হৈছিল।"

Attended the Civil Investiture Ceremony-I where the Padma Awards were presented. Outstanding individuals from all walks of life were honoured for their service and achievements. pic.twitter.com/cEPbqhu4dg
— Narendra Modi (@narendramodi) April 28, 2025


