Share
 
Comments

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে টকিঅ’ৰ নিপ্পন বুডোকানত জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ ৰাজকীয় অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰে। ২০ জনতকৈ অধিক ৰাষ্ট্ৰ/চৰকাৰৰ মুৰব্বীকে ধৰি শতাধিক দেশৰ প্ৰতিনিধিয়ে ৰাজকীয় অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰে।

প্ৰধানমন্ত্ৰীয়ে ভাৰত-জাপানৰ অংশীদাৰিত্বৰ প্ৰিয় বন্ধু তথা মহান চেম্পিয়ন বুলি গণ্য কৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী আবেৰ স্মৃতিক সন্মান জনায়।

ৰাজকীয় অন্ত্যেষ্টিক্ৰিয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে আকাছাকা পেলেচত প্ৰয়াত প্ৰধানমন্ত্ৰী আবেৰ পত্নী শ্ৰীমতী আকি আবেক ব্যক্তিগতভাৱে সাক্ষাৎ কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰীমতী আবেলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰে। তেওঁ নিজৰ আন্তৰিক বন্ধুত্ব আৰু ভাৰত-জাপানৰ সম্পৰ্কক নতুন উচ্চতালৈ লৈ যোৱাত প্ৰাক্তন প্ৰধানমন্ত্ৰী আবেৰ উল্লেখযোগ্য অৱদানৰ কথা স্মৰণ কৰে। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী কিশিদাৰ সৈতেও চমু মত বিনিময় কৰি পুনৰ শোক প্ৰকাশ কৰে।

 

Explore More
৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
PM Modi gifts Buddha artwork associated with Karnataka to his Japanese counterpart

Media Coverage

PM Modi gifts Buddha artwork associated with Karnataka to his Japanese counterpart
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM attends Ugadi celebrations hosted by former Vice President Shri M Venkaiah Naidu
March 20, 2023
Share
 
Comments

The Prime Minister, Shri Narendra Modi has attended Ugadi celebrations hosted by former Vice President Shri M Venkaiah Naidu.

In response to a tweet by the former Vice President, Shri M Venkaiah Naidu, the Prime Minister said;

"Glad to have attended Ugadi celebrations hosted by our former Vice President Shri @MVenkaiahNaidu Garu. Having known him for decades, I have seen his passion for culture and the zeal with which he marks important festivals."