‘গান্ধী জয়ন্তী’ উপলক্ষে ‘গান্ধী স্মৃতি’ত অনুষ্ঠিত প্ৰাৰ্থনা সভাত আজি উপস্থিত থাকে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী।
প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে;
“#গান্ধী জয়ন্তী’ উপলক্ষে ‘গান্ধী স্মৃতি’ত এক প্ৰাৰ্থনা সভাত উপস্থিত থাকোঁ”।
Attended a prayer meeting at Gandhi Smriti on the occasion of #GandhiJayanti. pic.twitter.com/40bR7RKPoR
— Narendra Modi (@narendramodi) October 2, 2022


