Dedicates National Atomic Timescale and Bhartiya Nirdeshak Dravya to the Nation
Lays Foundation Stone of National Environmental Standards Laboratory
Urges CSIR to interact with students to inspire them become future scientists
Bhartiya Nirdeshak Dravya’s 'Certified Reference Material System' would help in improving the Quality of Indian products
Exhorts Scientific Community to Promote ‘value creation cycle’ of Science, Technology and Industry
Strong Research will Lead to Stronger Brand India: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেশ্যনেল মেট্ৰ’ল’জি কনক্লেভ, ২০২১ ত উদ্বোধনী ভাষণ আগবঢ়ালে। তেখেতে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে নেশ্যনেল এটমিক টাইমস্কেল আৰু ভাৰতীয় নিৰ্দেশক দ্ৰব্য প্ৰণালী ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে আৰু নেশ্যনেল এনভাৰমেন্টেল ষ্টেণ্ডাৰ্ডছ লেবৰটৰীৰ আধাৰশিলা স্থাপন কৰে। কাউন্সিল অৱ চাইন্টিফিক এণ্ড ইণ্ডাষ্ট্ৰীয়েল ৰিচাৰ্ছ- নেশ্যনেল ফিজিকেল লেবৰটৰী (CSIR-NPL), নতুন দিল্লীৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱসত ই কনক্লেভখনি অনুষ্ঠিত কৰিছে। এই কনক্লেভৰ বিষয়বস্তু হৈছে ‘ৰাষ্ট্ৰখনৰ সৰ্বব্যাপী বিকাশৰ অৰ্থে মেট্ৰ’ল’জি’। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ডঃ হৰ্ষ বৰ্ধন আৰু প্ৰধান বৈজ্ঞানিক উপদেষ্টা ডঃ বিজয় ৰাঘৱন উপস্থিত থাকে।

এই কাৰ্যসূচীত ভাষণ প্ৰদান কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে এই নৱ বৰ্ষত দুটা ভাৰতীয় ক’ভিড ভেকচিন সফলতাৰে বিকাশ সাধন কৰি উলিওৱাৰ বাবে ভাৰতীয় বিজ্ঞানীসকলক প্ৰশংসা কৰে। তেখেতে কয়, ভাৰতৰ ক’ভিডৰ টিকাদান কাৰ্যক্ৰম বিশ্বখনৰ ভিতৰতে সৰ্ববৃহৎ আৰু ইয়াৰ আৰম্ভ হৈছে। দেশখনে মুখামুখি হোৱা প্ৰতিটো প্ৰত্যাহ্বানৰ অৰ্থে সমাধান সূত্ৰ নিৰ্ণয় কৰিবলৈ একত্ৰিত হোৱা চিএছআইআৰকে ধৰি দেশখনৰ বৈজ্ঞানিক প্ৰতিষ্ঠানসমূহৰ শলাগ লয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে চিএছআইআৰক প্ৰতিষ্ঠানখনিৰ প্ৰচেষ্টাৰাজি সন্দৰ্ভত সজাগতা বৃদ্ধি কৰি তুলিবলৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰে মত-বিনিময়ৰ আহ্বান জনায়। তেখেতে কয়, ই তেওঁলোকক ভৱিষ্যতে বিজ্ঞানী হ’বলৈ অনুপ্ৰাণিত আৰু প্ৰেৰণা যোগাব। দেশখনৰ উন্নয়নৰ বিৱৰ্তন আৰু মূল্যায়নত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালনৰ বাবে তেখেতে চিএছআইআৰ এনপিএলক প্ৰশংসা কৰে। তেখেতে কয়, আজিৰ এই কনক্লেভে পূৰ্বৰ সফলতাৰ আলোচনা কৰিবলৈ সহায় কৰিব আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানৰাজিৰে মোকাবিলা কৰিবলৈ প্ৰতিষ্ঠানখনিক প্ৰস্তুত হ’বলৈ সহায় আগবঢ়াব। তেখেতে প্ৰতিষ্ঠানখনিক এখনি আত্ম-নিৰ্ভৰ ভাৰত নিৰ্মাণৰ অৰ্থে নতুন ষ্টেণ্ডাৰ্ড আৰু নতুন বেঞ্চমাৰ্কৰে আগবাঢ়ি আহিবলৈ আৰু এটা গুৰুত্বপূৰ্ণ ভূমিকা পালনৰ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ভাৰতৰ টাইমকীপাৰ হিচাপে ভাৰতৰ ভৱিষ্যৎ সলনি কৰাটো চিএছআইআৰ-এনপিএলৰ দায়িত্ব আছে। তেখেতে কয়, কেইবা দশক ধৰি, ভাৰতে মানদণ্ড আৰু জোখ-মাপৰ বাবে বিদেশী ষ্টেণ্ডাৰ্ডৰ ওপৰত নিৰ্ভৰশীল আছিল। কিন্তু, এতিয়া ভাৰতৰ গতি, প্ৰগতি, উত্থান, ভাবমূৰ্তি আৰু ভাৰতৰ সামৰ্থ্য আমাৰ নিজা মানদণ্ডৰদ্বাৰা নিৰ্ধাৰণ কৰা হ’ব। তেখেতে কয়, জোখ-মাপৰ বিজ্ঞান মেট্ৰ’ল’জিয়ে তদুপৰি যিকোনো বৈজ্ঞানিক সফলতাৰ অৰ্থে ভেটি গঢ়ে। জোখ-মাপ অবিহনে কোনো গৱেষণা আগবাঢ়িব নোৱাৰে। আনকি আমাৰ সফলতাও কেতবোৰ স্কেলত জোখ-মাপ কৰা হয়। তেখেতে কয়, বিশ্বখনত দেশখনৰ বিশ্বাসযোগ্যতা ইয়াৰ মেট্ৰ’ল’জিৰ বিশ্বাসযোগ্যতাৰ ওপৰতে নিৰ্ভৰশীল। তেখেতে কয়, মেট্ৰ’ল’জি এখন দাপোনৰ দৰে যিয়ে বিশ্বখনত আমাৰ মৰ্যাদা দেখুৱায়, অগ্ৰগতি সাধনৰ অৰ্থে সুযোগ প্ৰদৰ্শন কৰে। তেখেতে স্মৰণৰ আহ্বান জনাই কয় যে এখনি আত্ম-নিৰ্ভৰ ভাৰতৰ লক্ষ্য পৰিমাণ তথা গুণমানৰ ওপৰত নিৰ্ভৰশীল। তেখেতে মাত্ৰ ভাৰতীয় পণ্যৰে বিশ্বখন পৰিপূৰ্ণ কৰি তোলাৰ বিপৰীতে ভাৰতীয় পণ্যৰাজি ক্ৰয় কৰা প্ৰতিজন গ্ৰাহকৰ অন্তৰ জয়ৰ আহ্বান জনায়। তেখেতে গুৰুত্ব আৰোপ কৰি কয় যে মেড ইন ইণ্ডিয়া পণ্যই কেৱল বৈশ্বিক চাহিদা পূৰণৰ ওপৰিও বৈশ্বিক গ্ৰহণযোগ্যতা লাভ কৰাটো নিশ্চিত কৰিব লাগে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, আজি ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰা ভাৰতীয় নিৰ্দেশক দ্ৰব্যই, এটা ‘চাৰ্টিফাইড ৰেফাৰেন্স মেটেৰিয়েল চিষ্টেম’ৰ নক্সা প্ৰণয়নৰদ্বাৰা গুৰু ধাতু, কীটনাশক, ফাৰ্মা আৰু টেক্সটাইলৰ দৰে খণ্ডসমূহৰ মানসম্পন্ন পণ্য প্ৰস্তুতত উদ্যোগসমূহক সহায় আগবঢ়াব। তেখেতে লগতে কয়, এতিয়া উদ্যোগসমূহে ৰেগুলেশ্যন চেন্ট্ৰিক এপ্ৰ’ছৰ পৰিৱৰ্তে কনজুমাৰ অ’ৰিয়েন্টেড এপ্ৰ’ছৰ দিশে ধাৱমান হৈছে। তেখেতে কয়, এই নতুন ষ্টেণ্ডাৰ্ডসমূহৰ জৰিয়তে, সমগ্ৰ দেশখনৰ জিলাসমূহৰ স্থানীয় পণ্যসমূহৰ বৈশ্বিক পৰিচয়ৰ অৰ্থে এটা অভিযান হাতত লোৱা হৈছে, যিয়ে আমাৰ এমএছএমই খণ্ডকো লাভান্বিত কৰি তুলিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, আন্তঃৰাষ্ট্ৰীয় ষ্টেণ্ডাৰ্ডসমূহেৰে অনুপালনে এটা স্থানীয় যোগান শৃংখল লাভ কৰিবলৈ বৃহৎ বিদেশী মেনুফেক্সাৰিং কোম্পানীসমূহক ভাৰতলৈ অহাত সহায় কৰিব। তেখেতে কয়, এই নতুন ষ্টেণ্ডাৰ্ডৰ জৰিয়তে ৰপ্তানি আৰু আমদানি উভয়ৰে মানদণ্ড সুনিশ্চিত হ’ব। তদুপৰি ই ভাৰতৰ সাধাৰণ গ্ৰাহকলৈ মানসম্পন্ন দ্ৰব্য আগবঢ়াব আৰু ৰপ্তানিকাৰীয়ে মুখামুখি হোৱা সমস্যাৰাজি লাঘৱ কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে, ঐতিহাসিকভাৱে, বিজ্ঞানৰ প্ৰোৎসাহনৰ অৰ্থে যিকোনো দেশে ইয়াৰ প্ৰচেষ্টাৰ বাবে প্ৰত্যক্ষ পাৰস্পৰিক অগ্ৰগতি সাধন কৰে। তেখেতে ইয়াক বিজ্ঞান, প্ৰযুক্তি আৰু উদ্যোগৰ ভেল্যু ক্ৰিয়েশ্যন চাইকল হিচাপে অভিহিত কৰে। অধিক ব্যাখ্যা আগবঢ়াই, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এটা বৈজ্ঞানিক উদ্ভাৱনে প্ৰযুক্তিৰ সৃষ্টি কৰে আৰু প্ৰযুক্তিয়ে উদ্যোগিক উন্নয়নৰ বৰ্ধন ঘটায়। উদ্যোগ, পৃথকভাৱে, নতুন গৱেষণাৰ অৰ্থে বিজ্ঞানত বিনিয়োগ প্ৰশস্ত কৰি তোলে। এই চক্ৰই আমাক নতুন সম্ভাৱনাসমূহৰ দিশ সন্দৰ্ভত অৱগত কৰে। এই ভেল্যু চাইকল আগুৱাই নিবলৈ চিএছআইআৰ-এনপিএলে এটা মূল ভূমিকা পালন কৰিছে, প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়।

দেশখনে আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যৰে আগুৱাই যোৱাৰ সময়তে আজিৰ বিশ্বত মাচ ক্ৰিয়েশ্যনৰ অৰ্থে বিজ্ঞানৰ এই ভেল্যু ক্ৰিয়েশ্যন চাইকল সকলোতকৈ অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে। এই ক্ষেত্ৰত চিএছআইআৰে ইয়াৰ ভূমিকা পালন কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি মানৱ জাতিৰ অৰ্থে উৎসৰ্গা কৰা চিএছআইআৰ-এনপিএল নেশ্যনেল এট’মিক টাইমস্কেলক লৈ আনন্দ ব্যক্ত কৰে। তেখেতে কয় যে ভাৰতে এক নেন’ ছেকেণ্ডৰ ভিতৰতে সময়ৰ পৰিমাপত আত্ম-নিৰ্ভৰ হৈ পৰিল। এই ক্ষেত্ৰত ২.৮ নেন’ ছেকেণ্ডৰ নিৰ্ভুলতা লেভেল লাভ হৈছে এটা বৃহৎ সামৰ্থ্য। এতিয়া ৩ নেন’ ছেকেণ্ডতকৈয়ো কম নিৰ্ভুলতা ৰেঞ্জৰ জৰিয়তে ভাৰতীয় মান সময় আন্তঃৰাষ্ট্ৰীয় মান সময়েৰে সমকক্ষ হৈছে। ই অত্যাধুনিক প্ৰযুক্তিৰে কাম কৰি থকা ইছৰোৰ দৰে সংস্থাসমূহৰ বাবে বৃহৎ সহায় হ’ব। এই সফলতাৰ জৰিয়তে বেংকিং, ৰেলৱে, প্ৰতিৰক্ষা, স্বাস্থ্য, টেলিকম, বতৰৰ পূৰ্বানুমান, দুৰ্যোগ ব্যৱস্থাপনা সম্পৰ্কীয় আধুনিক প্ৰযুক্তি আৰু বহু সমজাতীয় খণ্ড বহুলাংশে লাভান্বিত হ’ব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি ইণ্ডাষ্ট্ৰী ৪.০ ত ভাৰতৰ ভূমিকা সুদৃঢ়কৰণত এই টাইমস্কেলৰ ভূমিকা সন্দৰ্ভত ব্যক্ত কৰে। পৰিবেশৰ ক্ষেত্ৰখনত এটা শীৰ্ষস্থানৰ অভিমুখে ভাৰত আগবাঢ়ি গৈ আছে। তথাপিতো, বায়ুৰ মানদণ্ড আৰু নিৰ্গমন পৰিমাপৰ অৰ্থে প্ৰযুক্তি আৰু আহিলাৰ অৰ্থে, ভাৰত আনৰ ওপৰত নিৰ্ভৰশীল। এই সফলতাই এই ক্ষেত্ৰখনত আত্ম-নিৰ্ভৰতাৰ বৰ্ধন ঘটাব আৰু প্ৰদূষণ নিয়ন্ত্ৰণৰ অৰ্থে অধিক ফলপ্ৰসূ আৰু কম খৰচী সা-সৰঞ্জাম সৃষ্টিত সহায় কৰিব। তদুপৰি ই বায়ুৰ মানদণ্ড আৰু নিৰ্গমন প্ৰযুক্তি সম্পৰ্কীয় প্ৰযুক্তিসমূহৰ অৰ্থে বিশ্ব বজাৰত ভাৰতৰ শ্বেয়াৰ বৃদ্ধি কৰিব। আমাৰ বিজ্ঞানীসকলৰ অহৰহ প্ৰচেষ্টাৰ বিনিময়ত আমি এই সফলতা লাভ কৰিলো, শ্ৰী মোদীয়ে লগতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ভিন্ন নলেজ খণ্ডসমূহত গৱেষণাৰ ভূমিকা সন্দৰ্ভত দীঘলীয়াকৈ আলোচনা কৰে। তেখেতে কয় যে যিকোনো প্ৰগতিশীল সমাজত, গৱেষণা কেৱল এটা সহজাত অভ্যাসেই নহয় বৰঞ্চ এটা সহজাত প্ৰক্ৰিয়াও। তেখেতে কয়, গৱেষণাৰ প্ৰভাৱ বাণিজ্যিক বা সামাজিক হ’ব পাৰে আৰু তদুপৰি গৱেষণাই আমাৰ জ্ঞান আৰু বুজা-বুজি বৰ্ধনতো সহায় আগবঢ়ায়। গৱেষণাৰ সিদ্ধান্তমূলক চূড়ান্ত লক্ষ্যৰ বাহিৰে ভৱিষ্যতৰ গতি-বিধি আৰু ইয়াৰ ব্যৱহাৰৰ পূৰ্বানুমান সদায়ে সম্ভৱ নহয়। একমাত্ৰ নিৰ্দিষ্ট কথাটো হৈছে যে গৱেষণাই জ্ঞানৰ নতুন অধ্যায়ৰ বাট মুকলি কৰে আৰু ইয়াৰ কেতিয়াও অপব্যৱহাৰ নহয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে জেনেটিক্সৰ পিতৃ মেণ্ডেল আৰু নিক’লাছ টেছলাৰ উদাহৰণ দাঙি ধৰি কয় যে তেওঁলোকৰ কামৰ সম্ভাৱনাই বহু পলমকৈহে স্বীকৃতি লাভ কৰিছিল। বহু সময়ত, গৱেষণাই ইয়াৰ তাৎক্ষণিক লক্ষ্য পৰিপূৰণ কৰিব নোৱাৰিব পাৰে কিন্তু একেটা গৱেষণাই আন কেতবোৰ খণ্ডত যুগান্তকাৰী হৈ উঠিব পাৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই বক্তব্য মাইক্ৰ’ৱেভ থিয়ৰীৰ উদ্ভাৱক জগদীশ চন্দ্ৰ বসুৰ উদাহৰণ দাঙি ধৰে। তেখেতে কয় যে তেওঁৰ এই তত্ব বাণিজ্যিকভাৱে আগবঢ়াব পৰা নগৈছিল, কিন্তু আজি, সমগ্ৰ ৰেডিঅ’ যোগাযোগ ব্যৱস্থা ইয়াৰ ওপৰত নিৰ্ভৰশীল। তেখেতে তদুপৰি বিশ্ব যুদ্ধৰ সময়ছোৱাত সম্পাদিত গৱেষণাৰ উদাহৰণ দাঙি ধৰি কয় যে এই গৱেষণাসমূহে ভিন্ন খণ্ডসমূহত বিপ্লৱৰ সূচনা কৰে। উদাহৰণস্বৰূপে, যুদ্ধৰ বাবে ড্ৰোণসমূহ সাজি উলিওৱা হৈছিল, কিন্তু আজি এয়া ফটোশ্বুট আৰু ডেলিভাৰীৰ অৰ্থে ব্যৱহাৰ কৰা হয়। সেয়ে আমাৰ যুৱ বিজ্ঞানীসকলকে প্ৰমুখ্য কৰি আমাৰ বিজ্ঞানীসকলে গৱেষণাৰ ক্ৰছ ফাৰ্টিলাইজেশ্যনৰ সম্ভাৱনাসমূহ অন্বেষণ কৰিব লাগে। তেওঁলোকৰ ক্ষেত্ৰৰ বাহিৰত তেওঁলোকৰ গৱেষণাৰ ব্যৱহাৰৰ সম্ভাৱনা সদায়েই তেওঁলোকৰ সন্মুখত থকা উচিত।

প্ৰধানমন্ত্ৰীগৰাকীয়ে বিদ্যুতৰ উদাহৰণ প্ৰদানৰদ্বাৰা যিকোনো এটা ক্ষুদ্ৰ গৱেষণাই বিশ্বখনৰ চেহেৰা সলনি কৰি দিব পাৰে, তাৰ উদাহৰণ দাঙি ধৰে। আজি সকলো বিদ্যুতে চালিত কৰে, পৰিবহণ, যোগাযোগ, উদ্যোগ বা দৈনন্দিন জীৱনত ইয়াৰ ভূমিকা অপৰিসীম। একেদৰে, ছেমি-কণ্ডাক্টৰৰ দৰে উদ্ভাৱনে ডিজিটেল বিপ্লৱেৰে আমাৰ জীৱনক সমৃদ্ধ কৰিছে। আমাৰ যুৱ গৱেষণাকাৰীসকলৰ সন্মুখত এনে বহু সম্ভাৱনা আছে, যিয়ে তেওঁলোকৰ গৱেষণা আৰু উদ্ভাৱনেৰে এটা সম্পূৰ্ণ পৃথক ভৱিষ্যতৰ অৰ্থে বাট মুকলি কৰিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি ভৱিষ্যতৰ বাবে-সাজু বাতা-বৰণ সৃষ্টিৰ অৰ্থে প্ৰচেষ্টাৰাজিৰ কথা উল্লেখ কৰে। গ্ল’ৱেল ইনভেনশ্যন ৰেংকিঙৰ শীৰ্ষ ৫০ লৈ ভাৰত উন্নীত হৈছে, পিৰ ৰিভিউড বিজ্ঞান আৰু ইঞ্জিনিয়াৰিং প্ৰকাশনত ভাৰতৰ স্থান ৩য়, যি প্ৰাথমিক গৱেষণাত প্ৰদান কৰা গুৰুত্বকে প্ৰদৰ্শন কৰিছে। উদ্যোগ আৰু প্ৰতিষ্ঠানসমূহৰ মাজৰ সহযোগিতা অধিক সুদৃঢ় হৈ পৰিছে। বিশ্বখনৰ সকলো বৃহৎ কোম্পানীয়ে ভাৰতত তেওঁলোকৰ গৱেষণা ব্যৱস্থা প্ৰতিষ্ঠা কৰিছে। যোৱা বছৰকেইটাত, এনে ব্যৱস্থাৰ সংখ্যা লক্ষ্যণীয়ভাৱে বৃদ্ধি পাইছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ভাৰতীয় যুৱ সমাজৰ অৰ্থে গৱেষণা আৰু উদ্ভাৱনৰ সম্ভাৱনা সীমাহীন। সেয়েহে, উদ্ভাৱনৰ প্রাতিষ্ঠানিককৰণ সমানেই জটিল। বৌদ্ধিক সম্পদ কিদৰে সুৰক্ষিত কৰিব লাগে সেয়া আমাৰ যুৱ সমাজে বুজি পাব লাগিব। আমাৰ গৱেষণা শক্তিশালী আৰু শীৰ্ষস্থানীয় হ’লে এই খণ্ডসমূহত আমাৰ পৰিচয় শক্তিশালী হ’ব। ই অধিক শক্তিশালী ব্ৰেণ্ড ইণ্ডিয়াৰ পথ প্ৰশস্ত কৰিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

বিজ্ঞানীসকলক কৰ্মযোগী বুলি সম্বোধন কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে লেবটোত তেওঁলোকৰ ঋষি-তুল্য প্ৰচেষ্টাৰ প্ৰশংসা কৰে আৰু কয় যে তেওঁলোক হৈছে ১৩০ কোটি ভাৰতীয়ৰ আশা আৰু আকাংক্ষাৰ বাহক।

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India trained 85,000 engineers in 4 years under Semicon 2.0: Vaishnaw

Media Coverage

India trained 85,000 engineers in 4 years under Semicon 2.0: Vaishnaw
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
This year’s Union Budget reinforces our commitment to sustaining and strengthening economic growth: PM Modi
March 03, 2026
This year’s Union Budget reinforces our commitment to sustaining and strengthening economic growth: PM
Our direction is clear, our resolve is clear,Build more, produce more, connect more, export more: PM
The world is looking for reliable and resilient manufacturing partners, and today India has the opportunity to firmly fulfill this role: PM
India has signed Free Trade Agreements with many countries, a very large door of opportunities has opened for us, and in such a situation, it is our responsibility to never compromise on quality: PM
The Carbon Capture, Utilisation and Storage Mission is an important initiative, integrating sustainability in core business strategy will be essential: PM
The industries that invest in clean technology in time will be able to build better access to new markets in the coming years: PM
A major transformation is happening in the world economy today, as markets now look not only at cost but also at sustainability: PM

नमस्कार !

गत् सप्ताह, बजट वेबिनार सीरीज के पहले वेबिनार का आयोजन हुआ, और मुझे ऐसा बताया गया कि वो बहुत सफल रहा, और बजट प्रावधानों के Implementation को लेकर हर किसी ने काफी उत्तम सुझाव दिए, सबकी सक्रिय भागीदारी का मैं स्वागत करता हूं और आज इस सीरीज के दूसरे वेबिनार का आयोजन हो रहा है। और मुझे बताया गया कि आज हजारों की तादाद में, ढेर सारे विषयों पर अनगिनत लोग अपने सुझाव देने वाले हैं। विषय के जो एक्सपर्ट्स हैं, वे भी हमसे जुड़ने वाले हैं। इतनी बड़ी तादाद में बजट पर चर्चा, ये अपने आप में एक बहुत सफल प्रयोग है। आप सब समय निकाल करके इस वेबिनार में जुड़े। मैं आप सभी का अभिनंदन करता हूं, आपका स्वागत करता हूं। इस वेबिनार की थीम देश की Economic Growth को निरंतर मजबूती देने से जुड़ी हुई है। आज जब भारत अपनी मजबूत economy से पूरे विश्व की उम्मीद बना हुआ है, आज जब ग्लोबल सप्लाई चैन re-shape हो रही है, तब अर्थव्यवस्था की तेज प्रगति विकसित भारत का भी बहुत बड़ा आधार है। हमारी दिशा स्पष्ट है, हमारा संकल्प स्पष्ट है, Build more, produce more, connect more और अब जरूरत है Export more, और निश्चित तौर पर इसमें आज आपके बीच जो मंथन होगा, इस मंथन से जो सुझाव निकलेंगे, उनकी बड़ी भूमिका होगी।

साथियों,

आप सब जानते हैं, मैन्युफैक्चरिंग, लॉजिस्टिक्स, हमारे MSME's, लघु उद्योग, कुटीर उद्योग, इतना ही नहीं, हमारे छोटे-बड़े शहर, ये अर्थव्यवस्था के पिलर्स के तौर पर दिखने में तो अलग-अलग लगते हैं, लेकिन वे सभी interconnected हैं। जैसे, मजबूत मैन्युफैक्चरिंग नए अवसर तैयार करती है, और इससे निर्यात में बढ़ोतरी होती है। Competitive MSMEs से flexibility और इनोवेशन को बढ़ावा मिलता है। बेहतर लॉजिस्टिक्स से लागत कम होती है। Well-planned शहर investment और talent दोनों को अपनी ओर खींचते हैं। इन सभी पिलर्स को इस साल के बजट ने बहुत मजबूती दी है।

लेकिन साथियों,

कोई भी दिशा अपने आप परिणाम नहीं बन जाती, जमीन पर बदलाव तब आता है, जब industry, financial institutions, राज्य सरकारें, मिलकर उसे वास्तविकता बनाते हैं। मेरी अपेक्षा है, इस वेबिनार में आप सभी अपने मंथन में कुछ विषयों को जरूर प्राथमिकता दें, जैसे मैन्युफैक्चरिंग और प्रॉडक्शन, ये कैसे बढ़े, Cost structure को कैसे कंपटीटिव बनाया जा सकता है, निवेश का प्रवाह कैसे तेज हो, और विकास कैसे देश के कोने-कोने तक पहुंचे। इस दिशा में आपके सुझाव बहुत अहम साबित होंगे।

साथियों,

मैन्युफैक्चरिंग के क्षेत्र में आज देश कोर इंडस्ट्रियल क्षमताओं को मजबूत कर रहा है। और इस मार्ग में जो चुनौतियां हैं, उन्हें भी दूर किया जा रहा है। Dedicated Rare Earth Corridors, कंटेनर मैन्युफैक्चरिंग, ऐसे सेक्टर्स पर फोकस करके हम अपने ट्रेड इकोसिस्टम को मजबूत करने का प्रयास कर रहे हैं। बजट में बायोफार्मा शक्ति मिशन की घोषणा भी की गई है। इस मिशन का उद्देश्य है, भारत को biologics और next-generation थेरेपीज के क्षेत्र में ग्लोबल हब बनाना। हम Advanced Biopharma Research और मैन्युफैक्चरिंग में लीडरशिप की ओर बढ़ना चाहते हैं।

साथियों,

आज दुनिया विश्वसनीय और resilient manufacturing partners की तलाश में है। भारत के पास यह अवसर है कि वह इस भूमिका को मजबूती से निभाए। इसके लिए आप सभी स्टेकहोल्डर्स को बहुत आत्मविश्वास के साथ निवेश करना होगा, नई टेक्नोलॉजी अपनानी होगी और रिसर्च में जो कंजूसी करते हैं ना, वो जमाना चला गया, अब हमें रिसर्च में बड़ा इनवेस्टमेंट करना होगा, और ग्लोबल स्टैंडर्ड के अनुरूप क्वालिटी भी सुनिश्चित करनी होगी, और मैं बार-बार कहता हूं कि अब हमें आगे बढ़ने के जब अवसर आए हैं, तो हमारा एक ही मंत्र होना चाहिए, क्वालिटी-क्वालिटी-क्वालिटी।

साथियों,

भारत ने बहुत सारे देशों के साथ फ्री ट्रेड एग्रीमेंट किए हैं। हमारे लिए अवसरों का, यानि अवसरों का बहुत बड़ा द्वार खुला है। ऐसे में हमारी ज़िम्मेदारी है कि हम क्वालिटी पर कभी भी समझौता ना करें, अगर किसी एक चीज पर सबसे ज्यादा ताकत, बुद्धि, शक्ति, समझ लगानी है, तो हमें क्वालिटी पर बहुत ज्यादा जोर देना चाहिए। हमारे प्रोडक्ट्स की क्वालिटी ग्लोबल स्टैंडर्ड, इतना ही नहीं, उससे भी बेहतर हो। और इसके लिए हमें दूसरे देशों की जरूरतों को, वहां के लोगों की अपेक्षाओं को भी, उसका अध्ययन करना पड़ेगा, रिसर्च करनी पड़ेगी, उसे समझना होगा। हमें दूसरे देशों के लोगों की पसंद और उनके कंफर्ट को स्टडी करना, ये सबसे बड़ी आवश्यकता है, और रिसर्च करनी चाहिए। मान लीजिए कोई छोटा पुर्जा मांगता है, और वो बहुत बड़ा जहाज बना रहा है, लेकिन हम पुर्जे में चलो भेज दो, क्या है? तो कौन लेगा आपका पुर्जा? भले आपके लिए वह छोटा पुर्जा है, लेकिन उसकी एक बहुत बड़ी जो मैन्युफैक्चरिंग की यूनिट है, उसमें बहुत बड़ा महत्व रखता है। और इसलिए आज दुनिया में हमारे लिए क्वालिटी ही इस कंपिटिटिव वर्ल्ड के अंदर सुनहरा अवसर बना देती है। हमें उनके हिसाब से यूजर फ्रेंडली प्रोडक्ट बनाने होंगे। तभी हम उन अवसरों का लाभ उठा पाएंगे, और जो फ्री ट्रेड एग्रीमेंट तैयार हो चुका है, अब ये विकास का महामार्ग आपके लिए तैयार है। मैं उम्मीद करता हूं कि इस वेबिनार में इस विषय पर फोकस करते हुए भी आप सब जरूर चर्चा करेंगे।

 

साथियों,

हमने MSME classification में जो Reforms किए, उसका व्यापक प्रभाव दिख रहा है। इससे enterprises का ये डर खत्म हुआ है कि वो अपना विस्तार करेंगे, तो उन्हें सरकार की ओर से मिलने वाले फायदे बंद हो जाएंगे। क्रेडिट तक MSME's की आसान पहुंच बनाने, टेक्नोलॉजी अपग्रेडेशन को बढ़ावा देने और कपैसिटी बिल्डिंग की दिशा में लगातार प्रयास हुए हैं।

लेकिन साथियों,

इन प्रयासों का असर तभी दिखाई देगा, जब MSMEs ज्यादा से ज्यादा कंपटीशन में उतरेंगे, और विजयी होने का लक्ष्य लेकर उतरेंगे। अब समय है कि MSMEs अपनी प्रोडक्टिविटी और बढ़ाएं, क्वालिटी स्टैंडर्ड्स को ऊंचा करें, डिजिटल प्रोसेस और मजबूत वैल्यू चैन से जुड़ें। इस दिशा में, इस वेबिनार में आपके सुझाव बहुत अहम होंगे।

साथियों,

इंफ्रास्ट्रक्चर और लॉजिस्टिक्स हमारी growth strategy के कोर पिलर्स हैं। इस वर्ष के बजट में रिकॉर्ड कैपिटल एक्सपेंडिचर का प्रस्ताव है। High-capacity transport systems का निर्माण, रेलवे, हाइवे, पोर्ट, एयरपोर्ट, वाटरवे के बीच बेहतर तालमेल, अलग-अलग फ्रेट कॉरिडोर और मल्टी-मोडल कनेक्टिविटी का विस्तार, ये सभी कदम खर्च कम करने और efficiency improve करने के लिए आवश्यक है। इसलिए, नए वाटरवेज, शिप रिपेयर फैसिलिटी और Regional Centres of Excellence हमारे लॉजिस्टिक इकोसिस्टम को मजबूत करेंगे। सात नए हाई-स्पीड रेल कॉरिडोर विकास के ग्रोथ कनेक्टर बनने वाले हैं। लेकिन आप भी जानते हैं, इस इंफ्रास्ट्रक्चर का वास्तविक लाभ तभी मिलेगा, जब उद्योग और निवेशक अपनी रणनीतियों को इस विजन के अनुरूप में ढालेंगे। ये रणनीतियां क्या होगी, इस पर भी आपको विस्तार से चर्चा करनी चाहिए, और मुझे पूरा विश्वास है कि आप जरूर इन बातों पर ध्यान देंगे।

 

साथियों,

भारत की विकास यात्रा में अर्बनाइजेशन, शहरीकरण का भी बहुत अहम रोल है। भारत की future growth इस बात पर निर्भर करेगी कि हम अपने शहरों को कितना effectively plan और manage करते हैं। हमारे Tier-II और Tier-III शहर, नए growth anchors कैसे बनें, इसके लिए भी इस बजट वेबिनार में आपके सुझाव बहुत अहम होंगे।

साथियों,

आज दुनिया की अर्थव्यवस्था में एक बड़ा परिवर्तन चल रहा है। बाजार अब केवल लागत नहीं देखते हैं, वे sustainability भी देखते हैं। इस दिशा में Carbon Capture, Utilisation and Storage Mission एक महत्वपूर्ण पहल है। अब sustainability उसको आपको core business strategy का हिस्सा बनाना ही होगा। जो उद्योग समय रहते क्लीन टेक्नोलॉजी में निवेश करेंगे, वे आने वाले वर्षों में नए-नए बाजारों तक बेहतर पहुंच बना पाएंगे। इस साल बजट ने नई दिशा दी है। मेरा आग्रह है कि उद्योग, निवेशक और विभिन्न संस्थान मिलकर इस पर आगे बढ़ें।

साथियों,

विकसित भारत का लक्ष्य collective ownership से ही हासिल किया जा सकता है। ये बजट वेबिनार भी सिर्फ discussion का प्लेटफॉर्म ना बने, सिर्फ अपने ज्ञान को हम बटोरते रहे, ऐसा नहीं होना चाहिए, बल्कि इसमें collective ownership दिखे, ये बहुत जरूरी है। बजट ने framework दिया है, अब आपको मिलकर momentum पैदा करना है। आपको हमारे प्रयासों में सहभागी बनना है। आपका हर सुझाव, हर अनुभव जमीन पर बेहतरीन नतीजें लाने की क्षमता रखता है। आपके सुझाव देश की प्रगति में माइलस्टोन बनें, इसी विश्वास के साथ आपका बहुत-बहुत धन्यवाद।

नमस्कार !