প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মূৰ সভাপতিত্বত অনুষ্ঠিত ৰাজ্যপালসকলৰ সন্মিলনত অংশগ্ৰহণ কৰে। সন্মিলনত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে ৰাজ্যপালসকলে কেনেদৰে উন্নয়ন আৰু সমাজৰ সেৱা আগবঢ়াব পাৰে সেই বিষয়ে আলোচনাৰ বাবে ই এক গুৰুত্বপূৰ্ণ মঞ্চ বুলি মন্তব্য কৰে।

 

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে;

 

"আজি পুৱা ৰাজ্যপালসকলৰ সন্মিলনত অংশগ্ৰহণ কৰো। এইখন এখন গুৰুত্বপূৰ্ণ মঞ্চ য'ত আমি ৰাজ্যপালসকলে কেনেদৰে উন্নয়ন আৰু সমাজৰ সেৱা আগবঢ়াব পাৰে সেই বিষয়ে আলোচনা কৰো।"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's crude supply secure, LPG production increased: Hardeep Puri

Media Coverage

India's crude supply secure, LPG production increased: Hardeep Puri
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 মাৰ্চ 2026
March 13, 2026

Resilient India Under PM Modi: Diplomatic Mastery, Youth Power, and Unstoppable Progress