মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ আমন্ত্ৰণক্ৰমে ২২ ছেপ্টেম্বৰ, ২০২১ত ৱাশ্বিংটন ডি.চি.ত উপস্থিত হয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী৷

মাৰ্কিন চৰকাৰৰ হৈ ব্যৱস্থাপনা আৰু সম্পদ বিভাগৰ সচিব শ্ৰীযুত টি. এইচ. ব্ৰায়ান মেককেঅনে প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনায়৷

এই উপলক্ষে এন্দ্ৰিউ বিমানকোঠত বিপুল সংখ্যক প্ৰৱাসী ভাৰতীয় উপস্থিত থাকে আৰু তেওঁলোক হৰ্ষোল্লাহেৰে প্ৰধানমন্ত্ৰীক আদৰণি জনায়৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's Major Ports Handled Record 915 Million Tonnes Cargo In FY26, Surpass Annual Target

Media Coverage

India's Major Ports Handled Record 915 Million Tonnes Cargo In FY26, Surpass Annual Target
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 5 এপ্ৰিল 2026
April 05, 2026

From Aatmanirbhar to Viksit Bharat: PM Modi’s Leadership Powers India’s Multi-Sector Triumph